The Chief Minister, who observed a guard of honour on the bank of Brahmaputra river in Guwahati’s Kasomari Ghat, saluted and bowed down to the spirit of the brave general. A dance drama was also organised in honour of the Ahom General. Speaking to the media, the Chief Minister said
মালিগাঁওত মন্দিৰত চুৰিকাণ্ডৰ ঘটনা। নিশা ৫টাকৈ মন্দিৰ ক্ৰমে ৰাম মন্দিৰ, হনুমান মন্দিৰ, শিৱ মন্দিৰ, শিতলা মন্দিৰ, শনি মন্দিৰ লুতপাত চলালে চোৰৰ দলে। সোন, ৰূপ ৰ আ অলংকাৰ ক ধৰি মন্দিৰৰ বহু গুৰুত্বপূৰ্ণ সামগ্ৰী লৈ উধাও হয় দলটো। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।
দেশৰ অন্যান্য প্ৰান্তৰৰ লগতে নগাঁও জিলাৰ জুৰীয়াতো উদযাপন কৰা হয় লাচিত দিৱস ৷ জুৰীয়া চাৰিআলি স্থিত বীৰ লাচিতৰ প্ৰতিৰ্মূৰ্ত্তিৰ তলত বহু লোক সমাবেত হৈ বীৰ লাচিতৰ প্ৰৰ্তিমূৰ্ত্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে দিনটোৰ কাৰ্য্যসূচী শুভাৰম্ভ কৰে ৷অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জুৰীয়া আঞ্চলিক , জুৰীয়া শাখা আঞ্চলিক ছাত্ৰ সন্থা ,
এটা জটিল ক্ষণত আজি অসম, ২৭ নৱেম্বৰত নাগৰিকত্ব সংশোধনী বিধেয়কখন সংসদত গৃহীত কৰা-নকৰা সন্দৰ্ভত আলোচনাত মিলিত হ’ব যুটীয়া সংসদীয় সমিতি আৰু উক্ত দিনাই নিৰ্ধাৰিত হ’ব অসমৰ ভাগ্য। সংবাদমেলত এই মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে। কৃষক নেতা অখিল গগৈয়ে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমবাসী বদ্ধপৰিকৰ।