নগাঁৱত অনুপ চেতিয়াৰ বিস্ফোৰক মন্তব্য । চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ যো-জা চলোৱাৰ বাবেই |

নগাঁৱত অনুপ চেতিয়াৰ বিস্ফোৰক মন্তব্য । চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ যো-জা চলোৱাৰ বাবেই |

অসমৰ ৰাইজে এতিয়া আলফা স্বাধীনৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছে । সেয়ে বহু নৱপ্ৰজন্ম আলফালৈ ধাৱমান হৈছে । শেহতীয়াকৈ পৰেশ বৰুৱাৰ ভতিজাককে ধৰি এগৰাকী চফটৱেৰ ইঞ্জিনিয়াৰ আৰু বহু মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে আলফাত যোগদান কৰিছে । এই কথা পৰেশ বৰুৱাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপৰ পিছত মই নিশ্চিত হৈছোঁ । এই মন্তব্য আলফাৰ সাধাৰণ সম্পাদক