নগাওঁ জিলাত দুই মহিলাই কেৰুণ লগাইছে ভোটাৰ ৰাইজৰ মাজত ৷

নগাওঁ জিলাত দুই মহিলাই কেৰুণ লগাইছে ভোটাৰ ৰাইজৰ মাজত ৷

প্ৰথম পয্যাৰ্য়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে বটদ্ৰৱা বিধান সভা সমষ্টিৰ ১০ নং হাতীচোং জিলা পৰিষদ সমষ্টিৰ বাবে অগপৰ প্ৰাৰ্থীত্ব গ্ৰহণ কৰি মনোনয়ন দাখিল কৰে সমষ্টিটোৰ বিজেপিৰ মহিলা নেত্ৰী তথা দলংঘাট মণ্ডলৰ মহিলা মৰ্চ্চাৰ সভানেত্ৰী অৱন্তী দেৱীয়ে ৷ অথচ  আজি কেইদিনমান আগতে এইগৰাকী অৱন্তী দেৱীকেই স্কুটিৰ পিছৰ আসনত বহুৱাই লৈ বিধায়িকা আঙুৰলতা