আজি অভি-নীল হত্যাকাণ্ডৰ ৪৭ অভিযুক্তক পুনৰ নগাঁৱৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়। পুনৰ পৰৱৰ্তী শুনানি ১ডিচেম্বৰত।

আজি অভি-নীল হত্যাকাণ্ডৰ ৪৭ অভিযুক্তক পুনৰ নগাঁৱৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়। পুনৰ পৰৱৰ্তী শুনানি ১ডিচেম্বৰত।

ৰাজ্য তথা দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ৪৭ জন অভিযুক্তক ১০অক্টোবৰ ত নগাঁৱৰ জিলা ন্যায়িক আদালতত হাজিৰ কৰোৱাৰ পিছত আজি পুনৰ তেওঁলোকক হাজিৰ কৰোৱা হয় নগাওঁ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত । প্ৰথমে ১৮ ছেপ্তেম্বৰত নগাওঁ আদালতত অভিযুক্ত সকলক হাজিৰ কৰোৱা হৈছিল আৰু তাৰ পিছত ১০অক্টোবৰত নগাঁৱৰ জিলা আৰু সত্ৰ ন্যায়ধীশ

জিতেন দত্ত আৰু মৃনাল হাজৰিকাৰ মুক্তিৰ দাবীত নগাঁৱত জোৰ সমদল।

জিতেন দত্ত আৰু মৃনাল হাজৰিকাৰ মুক্তিৰ দাবীত নগাঁৱত জোৰ সমদল।

জাতীয় নায়কে এতিয়া ৰূপ সলালে। জাতি মাটি ৰক্ষাৰ কথা কোৱা নায়কে বিপৰীত স্থিতি গ্ৰহণ কৰিছে। নিজৰ বঙহৰ ভাই ককাইক আৰক্ষীৰ ৰঙা ঘৰলৈ পঠাই বিদেশীৰ বুকুৰ আপোন হোৱাৰ অখৰা আৰম্ভ কৰিছে। কিন্ত ৰজাঘৰৰ প্ৰতি আজিও ক্ষুভ ৰাজ্যৰ বহু স্থানত। বৃহস্পতিবাৰে নগাঁও ৰত্ন কান্ত বৰকটকী স্কুলৰ খেলপথাৰৰ পৰা জোৰ সমদল বাহিৰ কৰে।