যৌৱন ধৰি ৰখাত সহায় কৰে কাঠবাদামে….

যৌৱন ধৰি ৰখাত সহায় কৰে কাঠবাদামে….

কাঠবাদামৰ উপকাৰিতা বহুতো আছে। কাঠ বাদামে ওজন হ্ৰাস কৰাত সহায় কৰে। যৌৱন ধৰি ৰখাত সহায় কৰে কাঠ বাদামে। কাঠবাদাম ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ। এবাটি পানীত ৰাতিটো তিয়াই ৰাখিলে ওপৰৰ মুগা বাকলি অতি সহজে গুচাব পাৰি। আপুনি এসপ্তাহৰ বাবে এই বাকলি গুচোৱা বাদাম খাব পাৰে। অৱশ্যে বাকলিৰ সৈতে খোৱা কাঠবাদাম

মৌ-মাখি বা বৰলে কামুৰিলে কৰক এইসমূহ কাম…

মৌ-মাখি বা বৰলে কামুৰিলে কৰক এইসমূহ কাম…

মৌ-মাখি বা বৰল দেখিলেই আমি সকলো সাৱধান হৈ উঠো। ইয়াৰ কাৰণ বৰল বা মৌ-মাখিয়ে কামোৰাৰ ফলত অসহ্যকৰ বিষ সহ্য কৰিব লগা হয়। আনকি কেতিয়াবা এই বিষৰ ফলত হাস্পতাললৈ যাব লগা পৰিস্থিতিও হয়। এই প্ৰতিবেদনৰ জৰিয়তে আমি আপোনাক এনে কিছুমান টিপচ দিম যিসমূহ ব্যৱহাৰ কৰিলে আপোনাৰ মৌ-মাখি বা বৰলে কামুৰা বিষৰ

দাঁতৰ বিষৰ বাবে অত্যন্ত উপকাৰী শিলিখা, কি কি ৰোগ প্ৰতিৰোধত সহায় কৰে শিলিখাই?

দাঁতৰ বিষৰ বাবে অত্যন্ত উপকাৰী শিলিখা, কি কি ৰোগ প্ৰতিৰোধত সহায় কৰে শিলিখাই?

শিলিখাৰ উপকাৰিতা জানেনে? শিলিখা হৈছে এনে এবিধ ফল, য’ত আছে বহু ঔষধি গুণাগুণ। বিভিন্ন ৰোগ প্ৰতিৰোধত সহায় কৰে শিলিখাই। শিলিখা এলাৰ্জীৰ বাবে অতি উপকাৰী। দাঁতৰ বিষতো শিলিখা অতি উপকাৰী। শিলিখা গুৰি কৰি দাঁতত প্ৰয়োগ কৰিলে ভাল হয় দাঁতৰ বিষ। চুলিৰ ক্ষেত্ৰটো সৌন্দৰ্যবৰ্ধক হৈছে শিলিখা। কৌষ্ঠকাঠিন্যও দূৰ কৰে শিলিখাই। শিলিখা নিমখৰ

টোপনি অহা নাই নেকি? টোপনি অহাৰ ঘৰুৱা উপায়

টোপনি অহা নাই নেকি? টোপনি অহাৰ ঘৰুৱা উপায়

টোপনি অহাৰ ঘৰুৱা উপায়। অনিদ্ৰা আমাৰ শৰীৰৰ বাবে অত্যন্ত ক্ষতি কাৰক। সেয়ে প্ৰথম অৱস্থাৰ পৰাই এই সমস্যা আঁতৰাবলৈ চেষ্টা কৰিব লাগে। এনে কিছুমান খাদ্য সামগ্ৰী আছে যি প্ৰাকৃতিক ভাৱে টোপনি সঠিক কৰাত সহায় কৰে । আয়ুবেৰ্দ শাস্ত্ৰৰ মতে ভৰিৰ তলোৱাত মিঠাতেলেৰে মালিচ কৰিলে টোপনি অহাত সহায় কৰে । পকা কলত

ৰাতি চুৱেটাৰ পিন্ধি শুৱে নেকি? এই অভ্যাসে পেলাব পাৰে মাৰাত্মক সমস্যাত

ৰাতি চুৱেটাৰ পিন্ধি শুৱে নেকি? এই অভ্যাসে পেলাব পাৰে মাৰাত্মক সমস্যাত

শীতৰ দিনত বহু লোকে নিশা চুৱেটাৰ পিন্ধি শুবলৈ পচন্দ কৰে। ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ হওক অথবা অভ্যাসৰ বাবেই হওক চুৱেটাৰ পিন্ধি শুলে বিপদত পৰিব পাৰে আপুনি। একাধিক গুৰুতৰ সমস্যা হ’ব পাৰে, আহক জানো ইয়াৰ বিভিন্ন দিশ চুৱেটাৰৰ সৈতে বিচনাত নিশা শুলে ছালৰ খহটা বৃদ্ধি হ’ব পাৰে। অধিক সময় চুৱেটাৰৰ প্ৰয়োগে