ভাগৰুৱা! সকলো মানুহৰে এটা ৰোগ বুলিয়ে ক’ব পাৰি । এই ভাগৰ বা দুৰ্বল ভাৱ মানুহৰ তেতিয়া হয় যেতিয়া দেহত নিউট্ৰিএন্স কমে, সঠিক খাদ্য নোখোৱাৰ ফলতো এই দুৰ্বল অনুভৱ হয়। আনহাতে ভাগৰুৱা বা দুৰ্বল অনুভৱ হোৱাৰ আৰু বহু কাৰণ আছে। তাৰ ভিতৰত শৰীৰে সঠিক খাদ্য গ্ৰহণ নকৰা, ব্যায়াম নকৰা, অনবৰতে শুই
সচৰাচৰ আমি তেজপাত বিভিন্ন খোৱা সামগ্ৰীত মচলা হিচাপে ব্যৱহাৰ কৰো। কিন্তু আপুনি ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে? তেজপাতৰ আছে বহু ঔষধী গুণ। তেজপাতৰ তৰকাৰীৰ লগত খোৱাৰ উপৰি ৰোগৰ ঔষধী গুণাগুণৰ বাবে কেচা বা শুকান পাতৰ ক্কাথ বা ৪/৫টা পাত বা শুকান গুৰি ৩গ্ৰাম পানীত কিছুসময় উতলাই নাইবা চাহৰ নিচিনাকৈ বনাই খাব
বছৰ বছৰ ধৰি বিজ্ঞানীসকলে বিচাৰি আছে উত্তৰ। পৃথিৱীলৈ প্ৰথমতে মুৰ্গী আহিছিল নে কণী? আৰু এই প্ৰশ্নৰ উত্তৰ অৱশেষত বিচাৰি পালে বিজ্ঞানীয়ে। ব্ৰিটেইনৰ বিজ্ঞানীসকলৰ মতে মুৰ্গীহে প্ৰথমে আহিছিল পৃথিৱীলৈ। ব্ৰিটেইনৰ শ্বেফিল্ড আৰু ৱাৰউইক বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এক অধ্যয়ন চলাইছিল এই বিষয়ে। অধ্যয়নৰ লেখক ডঃ কলিন ফ্ৰীমেনে কয় যে বিশ্বজুৰি বিজ্ঞানীসকলে বহু বছৰ
হিম’গ্লবিন শৰীৰৰ কাৰণে অতি গুৰুত্বপূৰ্ণ উপাদান। এই উপাদানৰ কাৰণেই তেজৰ ৰং ৰঙা হয়। বিশ্বত বহু লোকে হিম’গ্লবিনৰ অভাৱত ৰক্তহীনতাত ভোগে। কিন্তু কিছুমান খাদ্য নিয়মিত ভাৱে খালে আমাৰ শৰীৰত হিম’গ্লবিনৰ পৰিমাণ বৃদ্ধি কৰে হয়। সহজভাৱে উপলব্ধ মৰিছা শাকে বৃদ্ধি কৰে হিম’গ্লবিন। শৰীৰত আইৰণৰ অভাৱ কমাবলৈ হ’লে মৰিছা শাক নিয়মিতভাৱে সেৱন কৰা
শীতকালত শুকান বতাহৰ ফলত আমাৰ ছাল শুকান হৈ পৰে। এই দিনকেইটাত তুলনামূলকভাৱে অধিকাংশ লোকেই কম পানী খায়, যাৰ ফলত মুখমণ্ডলৰ সৌন্দৰ্য কমি যায়। আপুনি যিমানেই ময়েশ্চাৰাইজাৰ ব্যৱহাৰ নকৰক কিয়, ছালৰ উজ্জ্বলতা ঘূৰি নাহে। ইয়াৰ কাৰণ হৈছে যে ময়েশ্চাৰাইজাৰত কৃত্ৰিম উপাদান থাকে, যিয়ে ছালক গভীৰভাৱে পুষ্টি প্ৰদান নকৰে। শীতকালত মুখৰ উজ্জ্বলতা