🔹চাহ জনগোষ্ঠীৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে সুৰজিৎ একাডেমীৰ পুতলা নাচ পৰিৱেশন

🔹চাহ জনগোষ্ঠীৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে সুৰজিৎ একাডেমীৰ পুতলা নাচ পৰিৱেশন

গুৱাহাটীৰ সুৰজিৎ একাডেমীয়ে ডিব্ৰুগড়ৰ সেৱা প্ৰতিষ্ঠানৰ সহযোগত চাহ জনগোষ্ঠীৰ মাজত সজাগতা আনিবলৈ যোৱা ১২ জুলাইৰ পৰা উজনি অসমৰ চাহ বাগানসমূহত পুতলা নাট পৰিৱেশন কৰি আহিছে। এই অভিযান প্ৰায় এমাহলৈকে চলিব। নাটৰ কাহিনীত চাহ বাগানৰ কৰ্মৰত মহিলা-পুৰুষৰ শিক্ষা, স্বাস্থ্য, অন্ধবিশ্বাস, পৰিস্কাৰ-পৰিচ্ছন্নতা, মাদকদ্ৰব্যৰ অপব্যৱহাৰ নিবাৰণ আদি সজাগতামূলক দিশসমূহ দাঙি ধৰিছে। পুতলা নাট