শিশু তথা কিশোৰ-কিশোৰীসকলৰ সুস্বাস্থ্য বৰ্তি থাকিবলৈ তেওঁলোকৰ শৰীৰত কেলচিয়ামৰ অভাৱ নোহোৱাটো গুৰুত্বপূৰ্ণ। পৰ্যাপ্ত কেলচিয়ামে তেওঁলোকৰ হাড় শক্তিশালী কৰে।যাৰ ফলত তেওঁলোক অষ্টিওপোৰোচিছৰ দৰে গুৰুতৰ সমস্যাৰ পৰা বাচি থাকিব পাৰে।উঠি অহা ল’ৰা-ছোৱালীসকল সুস্থ-সবল হৈ থাকিবলৈ আন পুষ্টিবোৰৰ লগতে তেওঁলোকৰ খাদ্য তালিকাত কেলচিয়াম আৰু ভিটামিন-ডি যুক্ত আহাৰ অন্তৰ্ভুক্ত কৰাটো খুবেই জৰুৰী। বিশেষজ্ঞসকলৰ মতে,
পিতৃ-মাতৃসকল শিশুৰ স্বাস্থ্যৰ প্ৰতি খুবেই সচেতন, যিটো একেবাৰে স্বাভাৱিক।শিশুৰ খাদ্য আৰু পানীয়ৰ প্ৰতি অভিভাৱকসকলে সদায়েই বিশেষ মনোযোগ দিয়া উচিত।বিশেষকৈ যেতিয়া আপোনাৰ শিশুটি ৬ মাহতকৈ সৰু হয়। তেওঁলোকক সদায়ে পুষ্টিসমৃদ্ধ আহাৰ প্ৰদান কৰিব লাগে।ইয়াৰ বাবে সকলোয়ে শিশুৰ আহাৰৰ তালিকাত মগু দাইল, খিচিৰি, চুজি আদি অন্তৰ্ভূক্ত কৰে। কিন্তু আন এবিধ এনে খাদ্য
শিশুসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতি দুৰ্বল। যাৰ ফলত তেওঁলোক কাহ, চৰ্দি আদি ৰোগত খুব সোনকালে আক্ৰান্ত হয়। যেতিয়া শিশুৰ চৰ্দি হয়, তেওঁলোকৰ নাকৰ পৰা অহৰহ পানী ওলাই থকাৰ সমান্তৰালকৈ নাকটো ৰঙা হৈ পৰে। এনে হোৱাৰ ফলত শিশুৰ উশাহ লোৱাত সমস্যা হয় আৰু তেওঁলোকে মুখৰে উশাহ ল’বলগীয়া হয়।কিন্তু স্বাস্থ্য বিশেষজ্ঞৰ মতে,
শীতকালছোৱাত শিশুসকলৰ সঠিক যত্ন লোৱাৰ খুবেই প্ৰয়োজন। পিতৃ-মাতৃৰ সৰু সৰু ভুলৰ প্ৰভাৱ শিশুৰ স্বাস্থ্যত পৰিব পাৰে। এই ঋতুত শিশুৰ শৰীৰৰ সঠিক তাপমাত্ৰা বজাই ৰখাৰ ক্ষেত্ৰত অভিভাৱকসকল সচেতন হ’ব লাগে। বিশেষকৈ নতুন অভিভাৱকসকলে শিশুৰ স্বাস্থ্যৰ দিশটোত চকু দিওঁতে কিছু অসুবিধাৰ সন্মুখীন হয়। এই ঋতুত অভিভাৱকসকলে কেনেদৰে তেওঁলোকৰ সন্তানৰ স্বাস্থ্যৰ যত্ন ল’ব
ওজন হ্ৰাস কৰাৰ লগত খাদ্যৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। ওজন বৃদ্ধিৰ অন্যতম মূল কাৰক হ’ল অত্যধিক কেলৰি গ্ৰহণ। কেলৰি আৰু চৰ্বিযুক্ত খাদ্যই ওজন বৃদ্ধি কৰিব পাৰে, যিয়ে ব্যক্তিজনক বিভিন্ন স্বাস্থ্যজনিত সমস্যা যেনে হৃদৰোগ, ডায়েবেটিছ, উচ্চ ৰক্তচাপৰ সৃষ্টি কৰিব পাৰে। ৰাতিপুৱাৰ আহাৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খাদ্য বুলি গণ্য কৰা হয়, আৰু ওজন