কেনে যাব আপোনাৰ আজিৰ দিনটো, চাওক ২ জানুৱাৰীৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো, চাওক ২ জানুৱাৰীৰ ৰাশিফল

মেষ ৰাশি : সামাজিক ক্ষেত্ৰত কৰ্মৰত ব্যক্তিসকলৰ এই দিনটো ভালদৰে পাৰ হ’ব, নিজকে প্ৰমাণ কৰাৰ সুযোগ পাব। সমাজত খ্যাতি আৰু প্ৰতিপত্তি বৃদ্ধি পাব। কোনো চৰকাৰী কামৰ বাবে বিশেষ সন্মান পোৱাৰ সম্ভাৱনা প্ৰবল। সন্ধিয়া কিছুমান বিশেষ চুক্তি চূড়ান্ত হ’ব পাৰে, যাৰ দ্বাৰা পিছলৈ লাভ হ’ব। পিতৃ-মাতৃৰ আশীৰ্বাদ লৈ যি কামেই কৰক

অভিনতা দ্বীপজ্যোতি কেউট হেলথ চিটি হাস্পতালত ভৰ্তি

অভিনতা দ্বীপজ্যোতি কেউট হেলথ চিটি হাস্পতালত ভৰ্তি

জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁটগুৰুতৰভাৱে অসুস্থ। হৃদৰোগত আক্ৰান্ত হৈছে অভিনেতাগৰাকী। ‘বেহাৰবাৰী আউট পোষ্ট’ ধাৰাবাহিকত ‘মোহন’ চৰিত্ৰৰে জনপ্ৰিয় হৈ পৰা অভিনেতাগৰাকীক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। জানিব পৰা মতে চিকিৎসকে অভিনেতাগৰাকীক অস্ত্ৰোপচাৰ কৰিছে। হেল্থচিটি হাস্পতালৰ বিশেষজ্ঞ চিকিৎসক ডাঃ মায়ংক আগৰৱালাৰ নেতৃত্বত চিকিৎসকৰ এটা দলে কৰিছে এই অস্ত্ৰোপচাৰ। অভিনেতাগৰাকীক অসুস্থতাৰ খবৰ বিয়পি পৰাৰ লগে

এইসমূহ ঘৰুৱা প্ৰতিকাৰৰে দূৰ কৰক শিশুৰ শুকান কাহৰ সমস্যা

এইসমূহ ঘৰুৱা প্ৰতিকাৰৰে দূৰ কৰক শিশুৰ শুকান কাহৰ সমস্যা

পৰিৱৰ্তনশীল বতৰৰ প্ৰথম প্ৰভাৱ শিশুৰ স্বাস্থ্যৰ ওপৰতে পৰে।এনে বতৰত শিশুৰ জ্বৰ-কাহৰ আদি হোৱাটো খুবেই স্বাভাৱিক। এই দিনকেইটাত বিশেষকৈ শুকান কাহে শিশুসকলক বাৰুকৈয়ে আমনি কৰে।শুকান কাহৰ ফলত শিশুটোৰ ডিঙি বিষোৱা আৰম্ভ হয়।বহু ঔষধ খোৱাৰ পাছতো কেতিয়াবা শুকান কাহ ভাল নহয়।এনে পৰিস্থিতিত আপুনি কেতবোৰ ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰি আপোনাৰ সন্তানক শুকান কাহৰ

মুড়ি খাই বেয়া পাই নেকি ? আছে ইয়াৰ বহু উপকাৰিতা

মুড়ি খাই বেয়া পাই নেকি ? আছে ইয়াৰ বহু উপকাৰিতা

Puffed rice : * মেদবহুল লোকৰ বাবে মুড়ি ভাতৰ তুলনাত উপকাৰী। * একাপ মূড়িত সাধাৰণতে ৪০-৪৬ কিলো কেলৰি পোৱা যায়। এনে কেলৰি আন কোনো এবাৰতে পেটভৰা খাদ্যত পোৱা নাযায়। * মূড়ি খালে এচিডিটি আদিৰ সমস্যাই গা কৰি নুঠে । *বদহজম হোৱাৰো শংকা নাথাকে? ইৰিটেবল বাৱেল ছিণ্ড’মত আক্রান্ত সকলৰ বাবে মূড়ি

অতিৰিক্ত নিমখ মানেই বিপদ ! সাধাৰণ নিমখৰ সলনি ব্যৱহাৰ কৰক এই নিমখ !

অতিৰিক্ত নিমখ মানেই বিপদ ! সাধাৰণ নিমখৰ সলনি ব্যৱহাৰ কৰক এই নিমখ !

ৰন্ধাৰ ক্ষেত্ৰতেই হওঁক বা চালাড বা ফলৰ ক্ষেত্ৰতই হওঁক আমি সকলোৱে বগা নিমখ ব্যৱহাৰ কৰো । কিন্তু চিকিৎসকসকলে অত্যাধিক নিমখ খোৱাৰ অভ্যাস এৰাৰ কথা বাৰে বাৰে পৰামৰ্শ দিয়ে। অত্যাধিক নিমখ খোৱাৰ ফলত বিভিন্ন ৰোগৰ আশংকা বৃদ্ধি হয়। পুষ্টিবিদসকলৰ মতে, কিন্তু সাধাৰণ নিমখৰ সলনি আহাৰত কলা নিমখ ব্যৱহাৰ কৰাটো স্বাস্থ্যৰ বাবে