এজনী মাতৃ আৰু নৱজাতকৰ তত্ত্বাৱধান সম্পৰ্কে- ১) হস্পিতালৰ পৰা অনাৰ পিছত সকলোৱে কেঁচুৱাটোৰ কথা সোধাই নহয়, কেঁচুৱাটোৰ মাকৰ শৰীৰ কেনেকুৱা আছে, কেনে অনুভৱ কৰিছে বুলিও সুধিব। ২)কেঁচুৱাটোৱে গাখীৰ পাইছে নে নাই সেই কথা জনাৰ উপৰিও মাকৰ কিবা খাবলৈ মন গৈছে নেকি বুলিও সোধপুচ কৰা নিতান্তই প্ৰয়োজন আছে। ৩) মাতৃ এজনীয়ে
মহিলাসকলে কেতিয়াবা স্তনৰ বিষ অনুভৱ কৰে। বহু মহিলাই স্তনৰ বিষ হ’লে স্তন কেন্সাৰ হোৱা বুলি ভাবে। স্তনৰ বিষ বেছিভাগ ক্ষেত্ৰতে এই ৰোগৰ লগত জড়িত নহয়। স্তনৰ বিষৰ সঠিক কাৰণ জানিলে অপ্ৰয়োজনীয় আতংক নাইকিয়া হ’ব। স্তনৰ বিষ হৰম’নৰ পৰিৱৰ্তনৰ লগত জড়িত। আকৌ এই বিষ ছোৱালীৰ ঋতুস্ৰাৱৰ সময়তো হ’ব পাৰে। বুকুৰ ৰোগ
*যদি ঘৰত পৰুৱা উলাইছে-তেন্তে এয়া আপোনাৰ জীৱনত হবলগীয়া কোনো কথাৰ সংকেত হয়।ঘৰত পৰুৱা উলোৱা-কথাটো আমি সামান্য কথা বুলি-তাৰ ওপৰত ধ্যান নিদো।কিন্তু এয়াই বহুত ডাঙৰ কথাৰ সংকেত দিয়ে। *পৰুৱা ঘৰত ওপৰৰ ফালে গৈছা বা তলৰ ফালে আহিছে,ইয়াৰ বাহিৰেও ঘৰলৈ অহা পৰুৱাই-কিবা খাবলৈ পাইছে বা নাইপোৱা-এয়াও হবলগীয়া কোনো ঘটনাৰ কেন্দ্ৰীত মনা হয়।
পুষ্টিবিদ তথা বিশেষজ্ঞৰ মতে , খাদ্য অভ্যাসৰ বাবেই মানুহৰ টোপনি পৰিমাণ কমি যায় । যদিহে আপোনাৰ টোপনিৰ পৰিমাণ কমি আহিছে , তেন্তে আপুনি এইসমূহ খাদ্য সমূলি বাদ দিয়ক । ১/ কাৰ্বহাইড্ৰেট বন্ধ :– আপুনি যদি ডায়েট মানিছে ,তেন্তে আপোনাক নিশ্চয়কৈ পুষ্টিবিদে কাৰ্বহাইড্ৰেট বন্ধ কৰাৰ পৰামৰ্শ দিছে । কিন্তু হঠাৎ কাৰ্বহাইড্ৰেট
ল’ৰা-ছোৱালীৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলোৰে মনত নিশ্চিতভাৱে এক কৌতুহল আছে যে মৃত্যুৰ পিছত কি হয়! এনেধৰণৰ আৰু বহু প্ৰশ্ন। যেনে মৃত্যুৰ সময়ত কেনে লাগে? সেই সময়ত মনত কি চলি আছে? মৃত্যুৰ সময়ত এজন ব্যক্তিয়ে কি দেখিছে? দেহৰ পৰা আত্মা কেনেকৈ বিচ্ছিন্ন হয়? আমাৰ সকলোৰে মনত এনে বহু ধৰণৰ কৌতুহল থাকে। প্ৰথম