কম বয়সতে বা বাত নাই যদিও শীতকালত পুৱা শোৱাৰ পৰা উঠি অনুভৱ কৰে যে শৰীৰৰ বিভিন্ন অংশত বিষ হৈছে । হাতৰ আঙুলি, ভৰি ভাঁজ কৰাত সমস্যা হয় । চিকিৎসকৰ মতে, যিসকলৰ আর্থাৰাইটিছ আছে, তেওঁলোকৰ এই সমস্যা নতুন নহয় । কিন্তু সাধাৰণতে এই বিষৰ কাৰণ হ’ব পাৰে শাৰীৰিক সক্রিয়তাৰ অভাৱ ।
চুলি সৰা, পকা আমাৰ প্রায় মহিলাৰ বাবে এটা ডাঙৰ সমস্যা হৈ পৰিছে। বয়স হৈ আহিলে চুলি পকে। কিন্তু কেতিয়াবা কোনো কোনো লোকৰ ২০,২৫,৩০ বছৰ বয়সতে চুলি পকা আৰম্ভ হয়। ইয়াক চুলি ৰোগ বুলিয়ে ধৰিব লাগিব আৰু চিকিৎসা আৱশ্যক। এক চামুচ আমলখি গুড়ি ৰাতি শোৱাৰ আগত খাই শুই থাকিব লাগে। আমলখি
*শিশুসকলক পঢ়া-শুনা বিশেষকৈ হোমৱৰ্কৰ পৰা সাধাৰণতে-দূৰত থাকিব বিচাৰে।ইয়াৰ কাৰণ হল-শিশুৱে খেলা-ধুলা বা বৰ্তমান মোবাইল গেম খেলিবলৈ বেছি ভালপায়। অভিভাৱকসকলক উদ্দেশ্যি বিশেষজ্ঞসকলে কৈছে যে-যদি সন্তানে মবাইল লৈ ব্যস্ত থাকে-তেন্তে সেই মবাইলতে স্কুলৰ হমৱৰ্কৰ লগতে পঢ়া-শুনাৰ পাঠ্যসূচী আপলোড কৰি লব পাৰি।মবাইল চোৱাৰ সময়ত-শিশুসকলে সেয়া সহজে-আয়ত্ত কৰিব পাৰিব।এয়া এক সহজ পদ্ধতি বুলি মত
সামান্য কথাতে খঙত ফাটি পৰে বা মুখ গোমোথা কৰি বহি থাকে নেকি? কিন্তু মনত ৰাখিব, এয়া অৱশ্যে শৰীৰৰ বাবে উপকাৰী নহয়। এক গৱেষণাত দেখা গৈছে যে অতিমাত্রা খঙৰ বাবে মানুহৰ কম বয়সতে ৰক্তচাপ বৃদ্ধি পায়, ইস্কিমিয়া হয় আৰু হাৰ্ট এটেকৰ আশংকা বাঢ়ে। আকৌ উচ্চ ৰক্তচাপ নাথাকিলেও আপুনি বিপদমুক্ত বুলি ভাবিব
যদি আপোনাৰ হাতত-Mচিহ্ন আছে-তেন্তে কি আছে-আপোনাৰ ভাগ্যত! যদি আপোনাৰ হাতত-Mচিহ্ন আছে,তেন্তে কি আছে-আপোনাৰ ভাগ্যত! মানুহৰ হাতৰ বিষয়ে-তথ্য-অৰ্থাৎ হাত দুখনেই কব যে-আপুনি কেনেধৰণৰ মানুহ।আচলতে-হাত দুখন দাপোনৰ দৰে।আপুনি কিবা কৰাৰ লগে লগে-আপোনাৰ হাত দুখনে-ঠিক তাকেই দেখুৱাব। জ্যোতিষীসকলে এজন ব্যক্তিৰ হাতৰ ৰেখা-বিচাৰ কৰি তেওঁৰ বিষয়ে-ভাল-বেয়া কবলৈ চেষ্টা কৰে। হাতৰ বিভিন্ন ৰেখাৰ নামো দিব