প্ৰমোদ বড়োই ট্ৰেক্টৰ খন অলপ বেছি স্পীদত মাৰুতি-টয়তাৰ দৰে চলাইছে গতিকে প্লাটি খাবই- এইদৰে প্ৰমোদ বড়োক কটাক্ষ কৰে বিপিএফ সভাপতি তথা বিটিচি ৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে। সোমবাৰে বিটিচিৰ পানেৰী অজনজাতি সমষ্টিৰ অন্তৰ্গত ওৰাংগাজুলিত অনুষ্ঠিত এক দলীয় সভাত উপস্থিত থাকি আগন্তুক নিৰ্বাচনত বিপিএফ দলক ভোট দিবলৈ আহ্বান জনায়।
ঘোষণা হ’ল ডি এইছ এ চিৰ নিৰ্বাচৰ বিজেপি প্ৰাৰ্থী তালিকা ৷ এক সংবাদমেলত নিৰ্বাচনৰ বাবে দায়িত্বপ্ৰাপ্ত দলীয় প্ৰভাৰী বিত্তমন্ত্ৰী অজন্তা নেওগে আনুষ্ঠানিকভাৱে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰে ৷ উল্লেখ্য যে ডিমা হাচাও স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব ৮ জানুৱাৰীত ৷
বাস্তু শাস্ত্ৰ অনুসৰি যদি নতুন বছৰৰ পৰা আপোনাৰ জীৱন সলনি হোৱাটো বিচাৰে, তেন্তে আপুনি কিছুমান বিশেষ বস্তু ক্ৰয় কৰিব লাগে। বাস্তু শাস্ত্ৰৰ মতে, এই সামগ্ৰীবোৰ ক্ৰয় কৰিলে ঘৰত ধন-সম্পত্তি বৃদ্ধি পাব। বাস্তু শাস্ত্ৰ অনুসৰি লক্ষ্মী দেৱীৰ কৃপা লাভ কৰিবলৈ নতুন বৰ্ষত কিছুমান বস্তু ক্ৰয় কৰিব লাগে। নৱবৰ্ষত কিছুমান বস্তু ক্ৰয়
শিলচৰৰ ৰংপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত যুৱক-যুৱতী… ভয়ংকৰ পথ দুৰ্ঘটনাতপতিত যুৱক-যুৱতী। এই ঘটনা শিলচৰৰ ৰংপুৰৰ।ঘটনা অনুসৰি সোমবাৰে নিশা এটা ফাৰ্ম হাউচ ভাড়ালৈ লৈ সুৰাৰ পাৰ্টি কৰিছিল একাংশ যুৱক-যুৱতীয়ে। পাৰ্টি কৰি সুৰাৰ নিচাত মাতাল হৈ তীব্ৰ গতিত গাড়ী চলোৱাৰা বাবে ভয়ংকৰ দুৰ্ঘটনা হোৱা বুলি জানিব পৰা গৈছে। চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত
চাকৰিৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ কৰিলে ৫৬ বছৰীয়া এগৰাকী মহিলাক। অভিযোগৰ ভিত্তিত অভিযুক্ত ফিৰদৌছ আলীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ১৩ ডিচেম্বৰত কেৰালাৰ এৰ্নাকুলামত এই ঘটনা সংঘটিত হৈছিল। মহিলাগৰাকীয়ে চাকৰি বিচাৰি ওলাই আহিছিল। কোচিৰ পৰা উভতি আহিছিল। সেই সময়ত অভিযুক্তই মহিলাগৰাকীক মেট্ৰ’ ষ্টেচনলৈ নিয়াৰ অজুহাতত এখন অ’ট’ৰে এক নিৰ্জন অঞ্চললৈ