সোমবাৰে পুৱাই ধনশিৰি মহকুমাৰ কাষৰীয়া অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। কাৰ্বিআংলংৰ মাজেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত এই পথ দুৰ্ঘটনাত ৪ জন লোক নিহত হয়। জানিব পৰা মতে আজি পুৱা বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত হলৌখোৱাত এই দুৰ্ঘটনাটো সংঘটিত হয়। AS 01 FJ 4114 নম্বৰৰ এখন ডিমাপুৰ
জ্যোতিষ আৰু ধৰ্মীয় বিশ্বাসত শাস্তিৰ কৃতপক্ষ বুলি গণ্য কৰা হয়-শনিদেৱৰ বিষয়ে কোৱা হৈছে যে-যিয়েই খঙৰ বলি হয়,তেওঁ কেতিয়াও শনিৰ ক্ৰোধৰ পৰা সাৰিব নোঁৱাৰে।আনকি স্বয়ং দেৱাদিদেৱ মহাদেৱেও শনিদেৱৰ ক্ৰোধৰ পৰা হাত সাৰিব নোঁৱাৰিলে। ( Religious Studies ) হিন্দু ধৰ্মীয় গ্ৰন্থ আৰু শাস্ত্ৰত ভগৱান শিৱক শনিদেৱৰ গুৰু বুলি বৰ্ণনা কৰা হৈছে।আৰু শনিদেৱৰ
এইসমূহ ঘৰত থাকিলে-মা লক্ষ্মীৰ কৃপা সদায় থাকে। বাস্তু শাস্ত্ৰ অনুসাৰে-ঘৰত থকা বাস্তু দোষৰ বাবে-ব্যক্তিৰ উন্নতিৰ পথত বাধা অহাৰ লগতে-আৰ্থিক সমস্যাৰ সন্মুখীন কৰিবলগীয়া হয়। ( Religious Studies ) প্ৰতিজন লোকে এয়া বিচাৰে যে-তেওঁ বহুত ধনী হয়,আৰু যেন তেওঁৰ কোনো অভাৱ নহয়।এই সপোনক পূৰ্ণ কৰিবলে-ব্যক্তিয়ে বহু কষ্ট কৰে।এটি সুন্দৰ জীৱন অতিবাহিত কৰিবলৈ পইচা এনেদৰে
আমি আটায়ে জানো যে, পেছাদাৰী ৰক্তদাতাৰ ৰক্তৰ পৰা HIV-কে ধৰি আন বহুতো ৰোগ বিয়পাৰ আশংকা অধিক| সেয়েহে ১৯৯৮ চনত উচ্চতম ন্যায়ালয়ে ভাৰতবৰ্ষত পেছাদাৰী ৰক্তদাতা বন্ধ কৰি দিছে| তদুপৰি আমাৰ ৰাজ্যখনত প্ৰায়ে বোমা বিস্ফোৰণ, গুলীয়াগুলি আৰু দুৰ্ঘটনা হৈ থাকে| যদিহে সুৰক্ষিত ৰক্তৰে আমাৰ ৰক্ত ভাণ্ডাৰবোৰ ভৰি নাথাকে, তেন্তে এই মানুহ বোৰৰ
ছালৰ বাবেও নাৰিকল তেল অতি উপকাৰী। শীতকালত মুখত নাৰিকল তেল প্ৰয়োগ কৰিলে ছালৰ বহু সমস্যা দূৰ হয়। আজি আমি আপোনালোকক ক’ম মুখত নাৰিকল তেল লগালে কি কি উপকাৰ হয়। শীতকালত ছাল শুকান হৈ পৰে। ছালৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। শীতকালত মুখত নাৰিকল তেল লগালে ছালৰ বহু সমস্যা দূৰ হয়।মুখত নাৰিকল