ৰাতি দেৰিকৈ শুলে এই বিপদ আহিবই ! ডোপামিন কম ক্ষৰণ হৈ হ’ব ডিপ্ৰেছন !

ৰাতি দেৰিকৈ শুলে এই বিপদ আহিবই ! ডোপামিন কম ক্ষৰণ হৈ হ’ব ডিপ্ৰেছন !

  Early to bed early to rise এই কথা আমি সকলোৱে বয়োজ্যেষ্ঠ সকলৰ মুখৰ পৰা শুনিয়েই থাকোঁ আৰু কিতাপটো লিখা আছে ; সেয়ে বহুজনে এই কথা মানি চলে এই কথা, কিয়নো ৰাতি সোনকালে শুই ৰাতিপুৱা সোনকালে উঠিলে স্বাস্থ্যৰ উপকাৰী বুলি মানি লোৱা হয় আৰু যিসকলে ইয়াৰ বিপৰীত কৰে তাক বেয়া

চিনাকী লোকৰেই ধৰ্ষণৰ বলি হয় অধিকাংশ মহিলা : এনচিআৰবিৰ প্ৰতিবেদন

চিনাকী লোকৰেই ধৰ্ষণৰ বলি হয় অধিকাংশ মহিলা : এনচিআৰবিৰ প্ৰতিবেদন

শেহতীয়াকৈ প্ৰকাশ পাইছে নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো (এন চি আৰ বি)ৰ ক্ৰাইম ইন ইণ্ডিয়া ২০২২ৰ প্ৰতিবেদন।  এই প্ৰতিবেদনত দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত অপৰাধ কাণ্ডৰ তথ্য সন্নিবিষ্ট কৰা হৈছে। এই প্ৰতিবেদনত এক চাঞ্চল্যকৰ তথ্য ওলাইছে।  দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে সংঘটিত হয় ধৰ্ষণৰ দৰে ঘটনা। এন চি আৰ বিৰ প্ৰতিবেদন অনুসৰি বেছিভাগ

কুমাৰীকাটাত একেদিনাই জিলা পুথিভঁৰাল আৰু আদৰ্শ টয়লেটৰ আধাৰশিলা স্থাপন

কুমাৰীকাটাত একেদিনাই জিলা পুথিভঁৰাল আৰু আদৰ্শ টয়লেটৰ আধাৰশিলা স্থাপন

কুমাৰীকাটাত একেদিনাই জিলা পুথিভঁৰাল আৰু আদৰ্শ টয়লেটৰ আধাৰশিলা স্থাপনঃ   আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ আৰ্থিক অনুদানেৰে এক মাংগলিক পৰিৱেশত আজি তামুলপুৰ জিলাৰ কুমাৰীকাটাত এটা জিলা পুথি ভৰালৰ আধাৰশিলা স্থাপন কৰে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্য বিলিয়াম টুডুৱে৷ আধাৰশিলা স্থাপন অনুষ্ঠানত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যবাসী সদস্য

প্ৰাক্তন আছু নেতা অজয় বড়োকে আদি ডেৰ শতাধিক লোকৰ UPPL দলত যোগদান।

প্ৰাক্তন আছু নেতা অজয় বড়োকে আদি ডেৰ শতাধিক লোকৰ UPPL দলত যোগদান।

তামুলপুৰত ইউ পি পি এলৰ যোগদান কাৰ্যসূচী। বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত প্ৰাক্তন আছু নেতা অজয় বড়োকে আদি ডেৰ শতাধিক লোকৰ UPPL দলত যোগদান। UPPL দলত যোগদান সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক অজয় বড়োৰ লগতে আন বহু লোকৰ। যোগদান সভাত প্ৰমোদ বড়োৰ মন্ত্যৱ- BTR ত এতিয়া সুন্দৰ পৰিৱেশ

অনিয়মীয়া মাহেকীয়া বা ঋতুস্ৰাৱ বিসংগতিঃ আৰু ইয়াৰ হোমিঅপেথিক চিকিৎসা

অনিয়মীয়া মাহেকীয়া বা ঋতুস্ৰাৱ বিসংগতিঃ আৰু ইয়াৰ হোমিঅপেথিক চিকিৎসা

বৰ্ত্তমান সময়ত মহিলাসকলৰ বিভিন্ন ধৰনৰ সমস্যা সমূহ বৃদ্ধি হোৱা দেখা গৈছে। মাহেকীয়া সময়ত পেটৰ বিষ হোৱা, বগাস্ৰাব হোৱা ইয়াৰ লগতে আন্য এক সমস্যাও দ্ৰুত গতিত বাঢ়িছে। সেইটো হ’ল ঋতুস্ৰাবৰ বিসংগতি বা অনিয়মীয়া ঋতুস্ৰাব। আজি মই আপোনালোকক এই লেখাটোৰ জৰিয়তে মহিলা যুৱতিৰ আনিয়মীয়া মাহেকীয়াৰ বিষয়ে কম। লগতে এই সমস্যা কিয় হয়?