৩২ সংখ্যক ৰাজ্যিক জল ক্ৰীড়া প্ৰতিযোগিতা – দ্বিতীয় দিনৰ অন্তত

৩২ সংখ্যক ৰাজ্যিক জল ক্ৰীড়া প্ৰতিযোগিতা – দ্বিতীয় দিনৰ অন্তত

গুৱাহাটী, ৩ জুলাই – আজি ড০ জাকিৰ হুছেইন একুৱেটিক কমপ্লেক্সত ৩২ সংখ্যক অসম ৰাজ্যিক জল ক্ৰীড়া প্ৰতিযোগিতাৰ (Assam State Aquatic Championship) দ্বিতীয় দিনা ৬০ টা ইভেন্ট সফলভাৱে সম্পন্ন হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিভাবান খেলুৱৈসকলে ইভেন্ট সমূহত অংশ লৈ জল ক্ৰীড়াৰ প্ৰতিভা উজাৰে। বিয়লি ৩ বজাত অসম চৰকাৰৰ ক্ৰীড়া