চিকাৰৰ দৃশ্যগ্ৰহণ কৰাৰ পাছত লণ্ডনৰ পৰা উভতিল জুবিন গাৰ্গ। সংবাদ মাধ্যমৰ আগত শ্বুটিঙৰ অনুভৱ ব্যক্ত কৰিলে শিল্পীগৰাকীয়ে। পূৰ্ণগতিত চলি আছে জুবিনৰ ‘চিকাৰ’ ছবিৰ কাম। ‘চিকাৰ’ত ৰাইজে জুবিন গাৰ্গক দেখা পাব এজন আদিবাসীৰ ৰূপত। নতুন বছৰত ৰাইজে পাব জুবিনৰ দুখনকৈ চিনেমা। জুলাই নাইবা আগষ্ট মাহত মুক্তি লাভ কৰিব ‘চিকাৰ’ ছবিখনে। ৩
মেষ ৰাশি: শ্ৰীগণেশে কৈছে, আজি দিনটো মিশ্ৰিত ফলাফল পাব। কৰ্মক্ষেত্ৰত বিফলতা বা গুৰুত্বপূৰ্ণ চুক্তি বাতিল হোৱাৰ ফলত বিৰক্তিৰ সৃষ্টি হ’ব পাৰে। কথাত সংযম ৰাখিব, অন্যথা কৰ্মস্থলী আৰু ঘৰৰ পৰিৱেশ বিনষ্ট হ’ব পাৰে। ধৰ্মীয় কাম-কাজত জড়িত হ’লে আপোনাৰ মানসিক শক্তি বৃদ্ধি পাব। যিকোনো নতুন কাম বা সংগ্ৰহত ধন বিনিয়োগ কৰাৰ পৰা
এজন মানুহে নিশা সাত-আঠ ঘন্টা টোপনি গ’লে শৰীৰ শিথিল হোৱাৰ লগতে পিছদিনা অধিক সতেজ আৰু উদ্যমী অনুভৱ কৰে । পৰ্যাপ্ত টোপনি নাহিলে শৰীৰ দুৰ্বল আৰু অলস হয় যদিও টোপনিৰ কোনো আদৰ্শ সময় নাই তথাপি এজন পূৰ্ণ বয়স্কৰ মানুহে সাত-আঠ ঘন্টা শোৱাৰ আৱশ্যকতা আছে । এজন মানুহ কিমান সময় শুৱ লাগে
ঠাণ্ডা দিনত গৰম দিনৰ তুলনাত পানী কমকৈ পান কৰা হয় । যাৰবাবে বহুতৰে কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ সৃষ্টি হয় । সমান্তৰালকৈ শীতকালত যিমানেই খোৱা-বোৱা বেছি হয় ,সিমানেই হজমী শক্তি কমি আহে । সমগ্ৰ বছৰটোৰ তুলনাত শীতকালত হজমী শক্তি কমি যোৱাৰ লগতে কোষ্ঠকাঠিন্য বাঢ়ি যায় । বিশেষজ্ঞৰ মতে , শীতকালত যিমানপাৰে অখাদ্য
দীঘল, ডাঠ আৰু ক’লা চুলি হৈছে প্ৰতিগৰাকী ছোৱালীৰে প্ৰথম পছন্দ। ধুনীয়া চুলিয়ে সকলোকে আকৰ্ষিত কৰাৰ বিপৰীতে শুকান তথা নিষ্প্ৰাণ চুলিয়ে গোটেই চেহেৰাটো নষ্ট কৰে। প্ৰদূষণ, ধূলি আৰু সূৰ্যৰ পোহৰৰ ফলত চুলিৰ সৈতে সম্পৰ্কিত সমস্যা বৃদ্ধি পাইছে। চুলি সৰা, পাতল আৰু শুকান চুলিৰ সমস্যা আজিকালি সচৰাচৰ হৈ পৰিছে।সেয়েহে, চুলিক গুৰিৰ পৰা