তেতেলী খোৱাৰ ৪টা উপকাৰৰ বিষয়ে জানক…

তেতেলী খোৱাৰ ৪টা উপকাৰৰ বিষয়ে জানক…

তেতেলী বহুতেই ভাল পায়, কিন্তু আপুনি জানেনে তেতেলী আমাৰ স্বাস্থ্যৰ বাবেও অতি উপকাৰী। তেতেলী নাম শুনিলে লোভতে বহুতৰে মুখত পানী ওলাই। ভাৰতৰ বহু সোৱাদযুক্ত ৰেচিপি আৰু ষ্ট্ৰীট ফুডত ইয়াক যোগ কৰিলে সোৱাদ সম্পূৰ্ণ হৈ পৰে। পুষ্টি বিশেষজ্ঞৰ মতে তেতেলী অত্যধিক খালে ক্ষতিকাৰক হ’ব পাৰে, কিন্তু যদি ইয়াক সীমিত পৰিমাণত খোৱা

দেশত প্ৰতি চাৰি মিনিটত এজন ষ্ট্ৰোকত মৃত্যু হয় , আশংকা এৰাই চলিবলৈ কি কৰিব ?

দেশত প্ৰতি চাৰি মিনিটত এজন ষ্ট্ৰোকত মৃত্যু হয় , আশংকা এৰাই চলিবলৈ কি কৰিব ?

শেহতীয়াকৈ, অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছৰ (এইমছ) নিউৰোলজী বিভাগৰ গৱেষকসকলে এক তথ্য প্ৰকাশ কৰিছে। এইমছে জনাইছে , ভাৰতত প্ৰতি চাৰি মিনিটত কমেও এজন লোকৰ ষ্ট্ৰোকত মৃত্যু হয়। হৃদৰোগজনিত সমস্যা বৰ্তমান বিদ্যুতৰ গতিত বৃদ্ধি পাইছে। বহুতো লোক হৃদৰোগজনিত সমস্যাত ভুগিছে । যুৱ প্ৰজন্মৰ মাজতো এই ৰোগ দেখিবলৈ পোৱা হৈছে । ক্ৰমশ হৃদৰোগৰ আশংকা বৃদ্ধি

কিদৰে উপাসনা কৰিলে ভগৱান শ্ৰীকৃষ্ণ সন্তুষ্ট হয় জানেনে ?

কিদৰে উপাসনা কৰিলে ভগৱান শ্ৰীকৃষ্ণ সন্তুষ্ট হয় জানেনে ?

হিন্দু ধৰ্মত প্ৰতিটো উৎসৱৰে বিশেষ গুৰুত্ব আছে। ভাদ মাহৰ শুক্ল পক্ষৰ অষ্টম দিনা সমগ্ৰ দেশতে ধুমপানেৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হয়। এইবাৰ জন্মাষ্টমী ৬, ৭ ছেপ্টেম্বৰত দুদিনীকৈ পালন কৰা হ’ব। এই পবিত্ৰ দিনটোত বহুলোকে তেওঁলোকৰ মনোবাঞ্চা পূৰণৰ অৰ্থে উপবাস ৰাখে।কিন্তু কেতবোৰ বিশেষ নীতি-নিয়মৰ মাজেৰে উপাসনা কৰিলেহে ভগৱান শ্ৰীকৃষ্ণ ভক্তৰ প্ৰতি

১০ বছৰ পিছত বিৰল ৰাজযোগৰ সংযোগ! এই ৩ ৰাশিৰ জাতক-জাতিকাৰ জীৱনত জয়জয় ময়ময়

১০ বছৰ পিছত বিৰল ৰাজযোগৰ সংযোগ! এই ৩ ৰাশিৰ জাতক-জাতিকাৰ জীৱনত জয়জয় ময়ময়

জ্যোতিষত বৃহস্পতি গ্ৰহক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই গ্ৰহৰ প্ৰভাৱ ১২টা ৰাশিতে পৰে। যেতিয়াই গুৰু বৃহস্পতিয়ে ৰাশি পৰিৱৰ্তন কৰে, তেতিয়াই ই সকলো ৰাশিত প্ৰভাৱ পেলায়। বৃহস্পতি যিকেইটা ৰাশিৰ বাবে শুভ, তেওঁলোকৰ জীৱনত সুখ আৰু সমৃদ্ধিৰ অভাৱ নহয়। বছৰৰ শেষৰ কেইটামান দিনত বৃহস্পতি গ্ৰহ মাৰ্গীত উপস্থিত হ’বলৈ গৈ আছে।

শ্ৰীগণেশৰ কৃপাদৃষ্টি লাভৰ বাবে পূজাত অন্তৰ্ভূক্ত কৰক এইসমূহ সামগ্ৰী

শ্ৰীগণেশৰ কৃপাদৃষ্টি লাভৰ বাবে পূজাত অন্তৰ্ভূক্ত কৰক এইসমূহ সামগ্ৰী

হিন্দু ধৰ্মত যিকোনো শুভ কাম আৰম্ভ কৰাৰ আগতে ভগৱান শ্ৰীগণেশক প্ৰথমে উপাসনা কৰা হয়। বুধবাৰটো ভগৱান শ্ৰীগণেশৰ দিন।এই দিনটোত উপাসনা কৰিলে ভক্তৰ ওপৰত গণপতি বাপ্পাৰ কৃপা দৃষ্টি পৰে।কিন্তু উপাসনাৰ সময়ত কেতবোৰ বিশেষ সামগ্ৰীৰে পূজা কৰিলে ভগৱান শ্ৰীগণেশ সম্পূৰ্ণৰূপে সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। আজি এই বিষয়ে জানো আহক- মোদক