বৃক্ক ভালে ৰাখিবলৈ আপোনাৰ খাদ্য তালিকাৰ পৰা আঁতৰাই পেলাওক এই সমূহ খাদ্য…

বৃক্ক ভালে ৰাখিবলৈ আপোনাৰ খাদ্য তালিকাৰ পৰা আঁতৰাই পেলাওক এই সমূহ খাদ্য…

বৃক্ক শৰীৰৰ অতি গুৰুত্বপূৰ্ণ অংশ। সেয়ে বৃক্ক সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয়। কিন্তু কিছুমান কথাই বৃক্কক দুৰ্বল কৰি তোলে। যাৰ বাবে বহুতো ৰোগে আপোনাক আক্ৰান্ত কৰিব পাৰে। এনে পৰিস্থিতিত আপুনি আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব লাগে। কিছুমান খাদ্য আছে যিয়ে আপোনাৰ বৃক্কৰ ক্ষতি কৰে। কোন সমূহ খাদ্যই আপোনাৰ বৃক্কৰ ক্ষতি

শীতকালত কল খোৱাটো কিয় প্ৰয়োজনীয় স্বাস্থ্যৰ বাবে…

শীতকালত কল খোৱাটো কিয় প্ৰয়োজনীয় স্বাস্থ্যৰ বাবে…

জুই বা আন গৰম বস্তুৱে পুৰিলে পকা কল পিটিকি পোৰা অংশত লগাই বান্ধি থব লাগে। জ্বলা-পোৰা কমি অহাৰ লগতে জোলাও নাবান্ধে। ২৫০ মি:লি: গাখীৰ আৰু এচামুচ বিশুদ্ধ মৌ মিহলাই নিয়মীয়াকৈ এসপ্তাহ খালে কাম শক্তি বৃদ্ধি পায়। নিয়মীয়াকৈ কল খালে শৰীৰত তেজ আৰু চৰ্বি বৃদ্ধি পায়। হিম’গ্লোবিনো বৃদ্ধি পায়। নাকেৰে তেজ

আজি পেছাদাৰী জীৱনৰ বাবে এটা ভাল দিন হ’ব, কিন্তু ব্যক্তিগত জীৱনত অসুবিধাৰ সন্মুখীন হ’ব পাৰে,আজিৰ ৰাশিফল পঢ়ক

আজি পেছাদাৰী জীৱনৰ বাবে এটা ভাল দিন হ’ব, কিন্তু ব্যক্তিগত জীৱনত অসুবিধাৰ সন্মুখীন হ’ব পাৰে,আজিৰ ৰাশিফল পঢ়ক

মেষ ৰাশি: শ্ৰীগণেশে কৈছে, আজি আপোনাৰ বাবে ফলপ্ৰসূ দিন হ’ব। কৰ্মক্ষেত্ৰত তিক্ততাক মিঠালৈ ৰূপান্তৰিত কৰাৰ কলা শিকিব লাগিব। ব্যৱসায়ত আৱদ্ধ হৈ থকা যিকোনো ধন আপুনি ঘূৰাই পাব পাৰে, ফলত আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ’ব। আপুনি আনৰ কল্যাণৰ কথা ভালদৰে চিন্তা কৰিব লাগিব, নহ’লে মানুহে আপোনাৰ স্বাৰ্থপৰতা বুলি গণ্য কৰিব পাৰে।

১০০ বছৰ পিছত অমাৱস্যাত বিৰল সংযোগ! এই ৫ ৰাশিৰ জীৱনত আঁতৰিব অমানিশা, খুলিব সৌভাগ্যৰ দুৱাৰ

১০০ বছৰ পিছত অমাৱস্যাত বিৰল সংযোগ! এই ৫ ৰাশিৰ জীৱনত আঁতৰিব অমানিশা, খুলিব সৌভাগ্যৰ দুৱাৰ

শুক্ৰৰ ৰাশি পৰিৱৰ্তনৰ ফলত শক্তিশালী মালব্য ৰাজযোগৰ সৃষ্টি হৈছে ফলত জাতক-জাতিকাৰ জীৱনত মহান ৰাজযোগ সংযোগ গঢ় লৈ উঠিব যিসকল জাতক-জাতিকাই জীৱনত বহুত লাভ কৰিবলৈ গৈ আছে তেওঁলোক হ’ল- মেষ কাৰ্তিকৰ পৰা অগ্ৰহয়ন অমৱস্যাই মালব্য ৰাজযোগ নিৰ্মাণ কৰিবলৈ ওলাইছে ফলত জাতক-জাতিকাসকলে লাভ কৰিব ডাঙৰ ফলাফল ব্যৱসায় কৰা লোকসকলৰ বাবেও আহি আছে

‘CAA’ আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনালে কা-বিৰোধী সমন্বয় সমিতিয়ে

‘CAA’ আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনালে কা-বিৰোধী সমন্বয় সমিতিয়ে

CAA বিৰোধী আন্দোলনৰ বীৰ শ্বহীদসকলৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী উপলক্ষে মঙলবাৰে নাগৰিকত্ব সংশোধনী আইন “CAA” বিৰোধী সমন্বয় সমিতি, অসমে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। গুৱাহাটীত অনুষ্ঠিত হোৱা অনুষ্ঠানত আয়োজক সমিটিৰ মুৰব্বী বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁই, অসম তৃণমূল কংগ্ৰেছৰ মুৰব্বী ৰিপুণ বৰা, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, কংগ্ৰেছৰ নেতা প্ৰবীণ বড়ো,