পল্টনবজাৰৰ চিটী পেলেচ হোটেলত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে। হোটেলৰ কোঠা ভাৰালৈ লৈ যুৱতীগৰাকীয়ে পাৰ্টী কৰিছিল দুই যুৱকৰে। গুৱাহাটী আইআইটিত অধ্যয়নৰত মৃত পুল্লুৰী আচাৰ্য্য আৰু পাৰ্টীত সহযোগ কৰা দুই যুৱক।
পৰেশ বৰুৱালৈ আহ্বান- আজি আৰু সংঘাত কৰাৰ দিন নাই কোকৰাঝাৰত নৱ শৰণীয়াৰ বিকল্প নাই ভূমি পট্টাৰ পৰা বিটিআৰ লোক আজিও বঞ্চিত আলফাৰ চুক্তিৰ মাজত বিজেপিৰ এজেণ্ডা প্ৰকাশ পাইছে আজি দিছপুৰ
কাছাৰৰ কাটিগড়াত পথ দুৰ্ঘটনা। বনভোজ খাই উভতাৰ পথত বনভোজ দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। দুৰ্ঘটনাত আহত ৫গৰাকী লোক। পথৰ কাষত ৰখাই থোৱা ট্ৰাকত খুন্দা বাহনখনৰ। শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি দুৰ্ঘটনাগ্ৰস্তক। এজনৰ
দেশত প্ৰৱৰ্তন হোৱা নতুন পৰিবহণ আইনক লৈ দেশজুৰি উত্তাল প্রতিবাদ দেখিবলৈ পোৱা গৈছে। এতিয়াৰে পৰা হিট এণ্ড ৰানৰ গোচৰত চালকে সন্মুখীন হ’ব কঠোৰ শাস্তিৰ। হিট এণ্ড ৰানৰ গোচৰত ১০ বছৰৰ
দেৰগাঁৱত মৰ্মান্তিক দুৰ্ঘটনাত প্ৰাণ গ’ল ১২জনকৈ লোকৰ। বনভোজ খাবলৈ যোৱা এখন বাছৰ ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। এই দুৰ্ঘটনাত ৩০জনতকৈ অধিক লোক আহত হয়। কিন্তু