চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰ আৰু গোলা বাৰুদৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। নিৰাপত্তা বাহিনীয়ে অভিযান চলাই কেবাটাও মাৰণাস্ত্ৰ আৰু বুজন সংখ্যক বিস্ফোৰক সামগ্ৰী জব্দ কৰিছে। নিৰাপত্তা বাহিনীয়ে মণিপুৰৰ কাঙপোকপি, থৌবাল, ইম্ফল পশ্চিম, চুৰাচান্দপুৰ আৰু ইম্ফল পূব জিলাৰ বিভিন্ন স্থানত অভিযান চলাই জব্দ কৰে এই মাৰণাস্ত্ৰসমূহ। অভিযান কালত ইম্ফল পশ্চিম জিলাৰ
কৃষি মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই ২টাকৈ কাৰ্যকালত বোকাখাতৰ সৰ্বাংগীন বিকাশৰ বৰঢোলটো যিমানেই নবজাওক কিয় সমষ্টিটোৰ গ্ৰামাঞ্চলত প্ৰবেশ কৰিলেই ইয়াৰ প্ৰকৃত ছবি দেখা পোৱা যায়। বোকাখাত বিধানসভা সমষ্টিৰ কুৰুৱাহী পঞ্চায়তত প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে একাংশ অবস্থাপন্ন লোকেহে সুবিধা লাভ কৰিছে প্ৰধান মন্ত্ৰী আভাস যোজনাৰ। “আমি আধাৰ কাৰ্ড, পান কাৰ্ড বুজি
এজাক বৰষুণৰ জৰিয়তে কইনা খোজেৰে শীতৰ আগমন ৷ কিছু গৰম আৰু ধুলিময় হৈ পৰা ৰাজ্যৰ কে’বা খনো জিলাত আজি পুৱাৰে অব্যাহত থকা কিনকিনিয়া বৰষুণ আৰু ফিৰফিৰীয়া বতাহে ঠাণ্ডা পেলাই সৰ্বত্ৰে ৷ শনিবাৰ আৰু দেওবাৰে অসম সহ উত্তৰ- পূৰ্বাঞ্চল ৬ ৰাজ্যত মুষলধাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰে গুৱাহাটী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান
মেৰাপানীত আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি। কিশোৰী ধৰ্ষণৰ অভিযোগত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত থানাৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত। মেৰাপানী অঞ্চলৰ এগৰাকী অষ্টম শ্ৰেণীৰত অধ্যয়ণৰত ছাত্ৰীক এজন বিবাহিত লম্পটে নগা পাহাৰৰ দাঁতিলৈ প্ৰলোভনেৰে নি ওৰে নিশা নিৰ্যাতন চলাইছিল। এই সন্দৰ্ভত মেৰাপানী আৰক্ষী থানাত গোচৰ ৰুজু কৰা ৬ দিন উকলি যোৱাৰ পিছতো ধৰ্ষণৰ অভিযোগত
ধিঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ গ’ল এগৰাকী যুৱতীক। শুকুৰবাৰে পুৱা উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ। ধূপগুৰি কলনিবস্তিত উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। যুৱতীগৰাকী ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ। যুৱতীগৰাকীৰ দেহত কেইবাটাও আঘাতৰ চিন স্পষ্ট হৈ আছে। ইতিমধ্যে ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত