একেলগে চাহ খাই থকাৰ মাজতে গুলীচালনা। ধাৰাষাৰ গুলীবৰ্ষণত ৰাষ্ট্ৰীয় ৰাজপুত কৰ্ণী সেনাৰ মুৰব্বীৰ মৃত্যু। ফেচবুক পোষ্ট যোগে কুখ্যাত গোল্ডী ব্ৰাৰ গেঙে স্বীকাৰ কৰিলে সুখদেৱ সিং গোগামেড়ীৰ হত্যাৰ দায়িত্ব। মঙলবাৰে ভৰ
ক্ষীপ্ৰগতিত চলিছে দিছপুৰ ৰাজহ চক্ৰৰ ভূমি নথি কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া। দালাল, অধিবক্তা, ডি চি অফিচ, উপ পঞ্জীয়কৰ কাৰ্যালয়ৰ একাংশ খকোৱা চৰকাৰী কৰ্মচাৰী এতিয়া আলহী হৈছে ক্ৰাইম ব্ৰাঞ্চৰ। মাটিৰ দালাল চক্ৰৰে
মেষ ৰাশি: শ্ৰীগণেশে কৈছে, ব্যৱসায়ত কোনো সিদ্ধান্ত ল’ব লগা হ’লে স্পষ্ট চিন্তাৰে কাম কৰিব লাগিব। এই ৰাশিৰ জাতক-জাতিকাসকলে দ্ৰুত আৰু সহজে একাধিক সমস্যা সফলতাৰে সমাধান কৰিব পাৰব। কিন্তু আপুনি কেতিয়াবা হেঁচা
মহানগৰীৰ হেঙেৰাবাৰীৰ ভাৰাঘৰত যোৱা ২৬ নৱেম্বৰত ধেমাজিৰ অনুষ্কা শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ এতিয়াও মাৰ যোৱা নাই চাঞ্চল্য। দিছপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। অনুষ্কা শইকীয়াৰ মৃত্যুৰ ঘটনাই প্ৰতিদিনে লৈছে
দৰং জিলাৰ দলগাওঁৰ পৰা উদ্ধাৰ পাঁচ গৰাকী ছোৱালী ৷ উদ্ধাৰ হোৱা সকলৰ মাজত আছে এজনী কিশোৰী ৷ দৰং জিলা আৰক্ষীৰ সফলতা ৷ দলগাওঁৰ ২ নং শিয়ালমাৰী পৰা উৎখাত দেহ