🔴উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা🔴দলৈ সমাজক দিলে কামাখ্যা মন্দিৰ পৰিচালনাৰ দায়িত্ব🔴গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশ খাৰিজ উচ্চতম ন্যায়ালয়ৰ🔴এতিয়াৰে পৰা দান-বৰঙণি জমা কৰিব দলৈ সমাজে, মন্দিৰৰ সামগ্ৰিক কাম-কাজ পৰিচালনাৰ দায়িত্ব অৰ্পণ দলৈ সমাজক🔴পূৰ্বে কামৰূপ মহানগৰ প্ৰশাসনক কৰ্তৃত্ব প্ৰদান কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে
আয়কৰ বিভাগে অভিযান চলালে গুৱাহাটীৰ ‘প্ৰতীক্ষা হাস্পতাল’ ত 🔷গুৱাহাটীৰ বৰবাৰীৰ প্ৰতীক্ষা হাস্পতালত আয়কৰ বিভাগৰ অভিযান। 🔷গ্ৰাহকক লুণ্ঠন চলোৱাৰ অভিযোগ আছে গুৱাহাটীৰ প্ৰতীক্ষা হাস্পতালৰ বিৰুদ্ধে। 🔷হাস্পতালৰ ফাৰ্মাচী, পৰীক্ষাগাৰ, কেছ কাউণ্টাৰ , বেংকৰ একাউণ্ট আদিৰ নথি-পত্ৰ তন্নতন্নকৈ পৰীক্ষা কৰে আয়কৰ বিভাগে। 🔷স্বত্বাধিকাৰী প্ৰমোদ শৰ্মাৰ ঘৰতো চলে আয়কৰ বিভাগৰ অভিযান।
শিক্ষা হৈছে এনে এক মাধ্যম, যাৰ আধাৰত জীৱন গঢ় লৈ উঠে। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ় লৈ উঠে। ছাত্ৰ-ছাত্ৰীয়ে জীৱনৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হয়। আৰু শিক্ষাৰ অন্যতম প্ৰধান অংশ হ’ল হাতৰ আখৰ। ভাল হাতৰ আখৰে প্ৰায়ে পৰীক্ষাত ছাত্ৰ-ছাত্ৰীক আগুৱাই লৈ যায়। শিক্ষকসকলেও ভাল হাতৰ আখৰৰ বাবে ছাত্ৰ-ছাত্ৰীক প্ৰশংসা কৰে। কিন্তু প্ৰতিজন
দক্ষিণ আমেৰিকাৰ দেশ পেৰুত এনে খন নদী আছে, যাৰ পানীৰ ৰং তেজৰ দৰে ৰঙা। প্ৰতি বছৰে বহু পৰ্যটকে এই নদীখন চাবলৈ আহে। নদীখনৰ ৰঙা পানী দেখি যিকোনো লোকেই আচৰিত হ’ব। জানো আহক কিয় এই নদীখনৰ পানীৰ ৰং ৰঙা। এই নদীখন পেৰুৰ সুস্কোত আছে। নদীখনক স্থানীয় লোকসকলে কয় পুকামায়ু। কেৱল
বোকাখাতৰ লতাবাৰীত গুলীচালনাৰ ঘটনা। উদয় চাংমাই নামৰ এজন লোকলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা। বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা। গুলীচালনাত গুৰুতৰভাৱে আহত উদয় চাংমা। দুৰ্বৃত্তই কাঢ়ি লৈ যায় উদয় চাংমাইৰ বাইকখন। বোকাখাত চিকিৎসালয়ত ভৰ্তি গুলীবিদ্ধ উদয় চাংমাইক। কাজিৰঙা দিশৰ পৰা বোকাখাতলৈ গৈ থকা অৱস্থাত সংঘটিত এই ঘটনা। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে