HSLC অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী সলনি হ’ব। সীমিত বন্ধৰ বাবে দুটা মুখ্য বিষয় আৰু দুটা ঐশ্চিক বিষয়ৰ পৰীক্ষাৰ সময় সলনি কৰা হৈছে। ছেবাই এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে। ২০২৪ৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা HSLC পৰীক্ষাৰ চাৰিটাকৈ বিষয়ৰ পৰীক্ষাৰ সময়ত কিছু সাল–সলনি কৰা হৈছে। অহা ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব
এদিনীয়া ক্ৰিকেটত অনন্য অভিলেখৰ গৰাকী হ’ল বিৰাট কোহলী। শচীন তেণ্ডুলকাৰৰ শতৰানৰ অভিলেখ ভংগ কৰিলে কিং কোহলীয়ে। এদিনীয়াত সৰ্বাধিক শতকৰ অভিলেখ বিৰাটৰ। এদিনীয়া ক্ৰিকেটত বিৰাট কোহলীৰ এয়া ৫০সংখ্যক শতৰান। উল্লেখযোগ্য যে আজি নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপ ২০২৩ৰ ছেমি ফাইনেলত এই কৃতিত্বৰ অধিকাৰী হ’ল বিৰাট কোহলী। আজিৰ খেলখনত শতৰান অৰ্জন কৰি বেটিং কৰি
The 3rd Semester Students of Centre for Studies in Journalism and Mass Communication, Dibrugarh University organized an Awareness Campaign on Elimination of Violence Against Women “ament fe” at Dibrugarh University Model School. Dibrugarh, November 14, 2023: In a proactive move towards creating a safer and more informed community the third
জানিব পৰা মতে, বিগত ২৮ অক্টোবৰত বেংগালুৰুৰ পৰা নাইজেৰিয়ালৈ খেলুৱৈগৰাকী ফুৰিবলৈ গৈছিল। কিন্তু নাইজেৰিয়া বিমান বন্দৰত কিং নামৰ এজন লোকে বৰ্ণালী বৰুৱা শইকীয়াৰ পাছপৰ্ট আৰু ভিছা চলেৰে কাঢ়ি নিয়ে। তেতিয়াৰে পৰা খেলুৱৈগৰাকীক নাইজেৰিয়াত আবদ্ধ কৰি ৰখা হৈছে। গুৱাহাটীৰ নিৱাসী বক্সাৰ বৰ্ণালী বৰুৱা শইকীয়াৰ সৈতে বিগত তিনিদিন ধৰি পৰিয়ালৰ কোনো যোগোযোগ
মেষ ৰাশি: আজি আধ্যাত্মিক দৃষ্টিকোণৰ পৰা আপুনি এক অনন্য অভিজ্ঞতা পাব পাৰে। আধ্যাত্মিক সাফল্য লাভ কৰাৰ সম্ভাৱনা আছে। আনৰ প্ৰতি থকা ঘৃণা বা বেয়া অনুভূতি নিয়ন্ত্ৰণ কৰিব। আপুনি কোনো নতুন কাম আৰম্ভ নকৰিব। ভ্ৰমণৰ পৰিকল্পনা পিছুৱাবলৈ চেষ্টা কৰিব। বৃষ ৰাশি: আজি আপোনাৰ বাবে শুভ আৰু ফলদায়ক দিন হ’ব। আপুনি শাৰীৰিক