বিশ্বকাপ ক্ৰিকেট ২০২৩ৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে। ছেমি ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিলে ৰোহিত বাহিনীয়ে। ৭০ ৰানত নিউজিলেণ্ডৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে ভাৰতে। বিৰাট কোহলী আৰু শ্ৰেয়স আয়াৰৰ বেটিং আৰু মহম্মদ ছামীৰ বলিঙৰ মেজিকেৰে ফাইনেলত ভাৰত। আজি টছত জিকিৰ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় অধিনায়ক ৰোহিত শৰ্মাই।
পত্নীয়ে নাইজেৰিয়াত অকলে ফুৰিবলৈ গৈ লগ কৰিছিল স্বামীৰ বন্ধুক। কিন্তু এতিয়া স্বামীক ফোন কৰি বিছাৰিছে সহায়। ‘মোক ইয়াৰ পৰা লৈ যোৱা’। নাইজেৰিয়াৰ হোটেলত আৱদ্ধ অসমৰ মহিলা জিম প্ৰশিক্ষক।
শ্রদ্ধাঞ্জলি উৰণ সেতুত সুৰামত্ত যুৱতীৰ ভিডিঅ’ কৰিছিল ৰাজু ক্ৰৈীয়ে যুৱতীগৰাকীয়ে বাৰে বাৰে বাধা দিয়াৰ পিছতো কৰিছিল ভিডিঅ’ থানালৈ নিয়াৰ পৰিৱৰ্তে ভিডিঅ’ ভাইৰেল কৰাৰ অভিযোগ শীঘ্ৰে DCP কার্যালয়লৈ তলব কৰা হৈছে আৰক্ষীজনক এতিয়াও ব্যৱস্থা লোৱা নাই ঘটনাস্থলীত উপস্থিত আন আৰক্ষীৰ বিৰুদ্ধে
NRCৰ প্রাক্তন সমন্বয়ক প্রতীক হাজেলালৈ চমন আদালতৰ। কামৰূপ (ম) সত্র ন্যায়াধীশৰ আদালতত গোচৰ তৰিছিল লুইত কুমাৰ বৰ্মনে।কেগৰ ৰিপ’ৰ্টৰ ভিত্তিত গোচৰ তৰিছিল লুইত কুমাৰ বৰ্মনে। NRCৰ বিত্তীয় অনিয়মৰ গোচৰত এই চমন হাজেলালৈ। ১৭ নৱেম্বৰত সোঁ-শৰীৰে আদালতত হাজিৰ হ’ব লাগিব হাজেলা । Inteigrated Service Systemলৈয়ো চমন আদালতৰ। Wipro লিমিটেডকো চমন কামৰূপ (ম)
বটদ্ৰৱাৰ চৰকাৰী ভূমিত বুধবাৰে পুনৰ বুলড’জাৰ চলালে নগাঁও জিলা প্ৰশাসনে। উচ্ছেদিত ভূমিত বেদখলকাৰীয়ে পুখুৰী সমূহত পুনৰ অবৈধ ভাৱে মীন পালন আৰম্ভ কৰিছিল। বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ভোমোৰাগুৰি লালুংগাঁৱৰ উচ্ছেদিত ভূমিত বিগত কিছুদিন ধৰি বেদখলকাৰীয়ে পুনৰ দখললৈ আনিবলৈ চেষ্টা অব্যাহত ৰাখিছিল। উল্লেখ্য যে, ২০২২ বৰ্ষৰ ১৯ ডিচেম্বৰত নগাওঁ জিলা প্ৰশাসনে বটদ্ৰৱাত