কোকৰাঝাৰ বিপিএফৰ মুখ্য কাৰ্যালয়ত হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰণ।এনডিএৰ পৰিকল্পনাত চেঁচাপানী ঢালি হাগ্ৰামা মহিলাৰীৰ ঘোষণা। তেওঁ কয় যে, দৰং-ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফে দিব নিজাববীয়া প্ৰাৰ্থী। দুয়োটা সমষ্টিতে জিকিব বিপিএফ। বিপিএফ চিংগলে জন্ম হৈছে চিংগলে যাব । বিজেপি, কংগ্ৰেছ , অগপ , এআইইউডিএফ কাৰো সতে আমাৰ যোগাযোগ নাই। দলৰ সিদ্ধান্ত অনুসৰি
চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি ভাৰতীয় ৰাশিফল গণনা কৰা হয়। কিন্তু ইংৰাজী মতে সূৰ্য্যক অগ্ৰাধিকাৰ দিয়া হয়। গতিকে ইংৰাজীত ৰাশিক Sun Sign বুলি কোৱা হয়। এই ক্ষেত্ৰত জন্মদিন অনুযায়ী বুজা যায় যে এজন ব্যক্তি যিকোনো ৰাশি বা জাতিকাৰ অন্তৰ্গত। ৰাশিফলে নিজৰ জন্ম তাৰিখৰ বাবে কি নিৰ্ধাৰণ কৰিছে চাওঁ আহক মেষ
গুৱাহাটী মহানগৰীত এজন ৰাছিয়ান যুৱকৰ লটিঘটি। প্ৰৱঞ্চনাৰ জালত পৰা যুৱকজনে আৰক্ষীক অভিযোগ দিবলৈ গৈ নিজেই চপাই ল’লে বিপদ! আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা স্পষ্ট হৈ পৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি, কলকাতালৈ বিশ্বকাপ ক্ৰিকেট চাবলৈ যোৱা ডিব্ৰুগড়ৰ আশিস শৰ্মা নামৰ যুৱকজনৰ সৈতে চিনাকি হৈছিল ৰাছিয়াৰ যুৱক আলেকজেণ্ডাৰৰ। কলকাতা ৰে’ল ষ্টেচনত চিনাকি
ডিজিটেল ডেস্কঃ গোসাঁইগাঁৱত ডাইনীৰ সন্দেহত হত্যা কৰা হ’ল এগৰাকী মহিলাক। গোসাঁইগাঁৱৰ তুলসীবিল থানাৰ অন্তৰ্গত ভোগঝৰা সহৰপুৰ গাঁৱত সংঘটিত হৈছে এই হত্যাকাণ্ড। হত্যাৰ বলি হ’ল মাৰ্ছিলা মুৰ্মূ নামৰ মহিলাগৰাকী। মহিলাগৰাকী সহৰপুৰৰ নিবাসী বুলি জানিব পৰা গৈছে। জানিব পৰামতে, এই হত্যাৰ সৈতে জড়িত লোকজনক ইতিমধ্যে কৰায়ত্ত ৰাইজে কৰায়ত্ত কৰিছে। অভিযুক্তজন ২ নম্বৰ
দীপাৱলীৰ আনন্দৰ মাজতে সন্ধিয়া ৰাজধানী দিছপুৰৰ বিধায়ক আৱাসত সংঘটিত হৈছে এক ৰহস্যজনক ঘটনা। আজি সন্ধিয়া ৭ বজাত সংঘটিত হয় এই ঘটনা। ঘটনা অনুসৰি, C ব্লকৰ প্ৰথম মহলাত ভাঙিল গ্লাছ। বিধায়ক আৱাসৰ গ্লাছ ভঙা ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্য। জানিব পৰা মতে, বিধায়ক দেৱব্ৰত শইকীয়াই প্ৰত্যক্ষ কৰে ঘটনাটো। উক্ত বিধায়কৰ আৱাসটোত