শৰাইঘাট দলঙত পুনৰ অঘটন। শৰাইঘাট দলঙৰ পৰা ব্রহ্মপুত্রত জাঁপ এজনৰ। দলঙৰ ওপৰত উদ্ধাৰ এখন ৱেগনআৰ বাহন। লগতে উদ্ধাৰ ৰাজব্রত বৰা নামৰ লোকজনৰ আধাৰ কাৰ্ড। উদ্ধাৰ হোৱা বাহনখনৰ পঞ্জীয়ন নং– AS01 AG 5321। ব্রহ্মপুত্রত লোকজনৰ সন্ধানত নদী আৰক্ষীৰ অভিযান।
ওৰাং আৰক্ষীৰ বৃহৎ সফলতা। বহিঃৰাজ্যৰ ২ নাৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ওৰাং আৰক্ষী। ছাউথ দিল্লীৰ আজ কলনীৰ ৰাজ কিশোৰ(২৪) আৰু ৰাজস্থানৰ হাভলা(৩৬) নামৰ দুই সৰবৰাহকাৰীক শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মৰিগাঁও জিলাৰ মিকিৰভেটাৰ জাজৰিৰ পৰা গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰী ২জনক। ওৰাঙৰ ফটাশিমলু গাঁৱৰ ২ কিশোৰী সৰবৰাহ সম্পৰ্কীয় এক গোচৰ
November 11, 2023; Guwahati: Modern English School Kahilipara successfully organized its 10th Inter-School Drama Competition, with the theme ‘ Co-Existence’ showcasing the immense talent and creativity of young participants from various city schools. The event, held on November 11, 2023, at Pragjyoti ITA Centre for Performing Arts at Machkhowa, featured
In the 70s, the song ‘Auto-Rickshaw Chalao Ami Duyu Bhai’, written and composed by Sudhakantha Dr Bhupen Hazarika, became immensely popular. It’s a song that bridges the gap between generations, as it continues to be in the hearts and minds of people, both young and old, who know and enjoy
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পাটিল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উপস্থিতিত শ্ৰীৰাম চন্দ্ৰৰ জন্মস্থলী অযোধ্যাত শনিবাৰে সন্ধিয়া ২২ লাখৰো অধিক বন্তি জ্বলাই গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছে। এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃত্বশীল বিষয়াই সংবাদ মাধ্যমৰ আগত কয়, শ্ৰীৰামৰ অযোধ্যাই ২০২৩ ৰ দিপাৱলীত ২২.২৩ লাখ বন্তি জ্বলায়। যোৱা বছৰ ১৫.৭৬