৯ ডিচেম্বৰত গ্ৰহৰ অধিপতি মংগল জ্যেষ্ঠ নক্ষত্ৰত প্ৰৱেশ কৰিব আৰু সূৰ্যদেৱো এই নক্ষত্ৰত বিৰাজ কৰিব। ইয়াৰ উপৰি, বৃশ্চিক ৰাশিত সূৰ্য আৰু মংগলৰ এক সংযোগ আছে। উভয় গ্ৰহ একেটা নক্ষত্ৰলৈ আহিব।
পুদিনা স্বাস্থ্যৰ বাবে বহু উপকাৰী এক জনপ্ৰিয় সুগন্ধিযুক্ত ভেষজ। অতীজৰে পৰা মানুহে বিভিন্ন ৰোগ নিৰাময়ৰ বাবে পুদিনা ব্যৱহাৰ কৰি আহিছে। পদিনাৰ সুগন্ধি আয়ুৰ্বেদিক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। পুদিনা পাতত
অসমীয়া সমাজত বহুলোকৰে প্ৰিয় খাদ্যবিধ হৈছে কচুশাক। এই শাকবিধ গ্ৰাম্যঞ্চলত সকলোৰে বাৰীত সহজেই উপলব্ধ। অতি সহজেই বনাব পৰা কচু, কণবিলাহী আৰু মাছৰ আঞ্জাখন- উপকৰণঃ মাছ-৩/৪ টুকুৰা কচুথোৰ- ১ মুঠি কণবিলাহী-১১/১২টা
ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত খেতি কৰা জহা ধান, সুগন্ধি ধান তেজৰ গ্লুক’জ কমোৱাত আৰু ডায়েবেটিছ ৰোগ ৰোধ কৰাত ফলপ্ৰসূ আৰু সেয়েহে ডায়েবেটিছ ব্যৱস্থাপনাত ই পছন্দৰ ফলপ্ৰসূ নিউট্ৰাচিউটিকেল। পৰম্পৰাগত দাবী অনুসৰি জহা চাউল
আমাৰ দেহৰ এক অন্যতম অত্যন্ত গুৰুত্বপূৰ্ণ অংগ হৈছে যকৃত বা লিভাৰ। আমাৰ দৈনদিন কামকাজ সুচাৰুৰূপে কৰি যাবলৈ যিদৰে এটা সুস্থ মস্তিষ্কৰ প্ৰয়োজন, ঠিক সেইদৰে এটা স্বাস্থ্যৱান জীৱনৰ বাবে প্ৰয়োজন এটা