Dramatic Brilliance Unleashed: Modern English School’s 10th Inter-School Competition Takes Center Stage

Dramatic Brilliance Unleashed: Modern English School’s 10th Inter-School Competition Takes Center Stage

November 11, 2023; Guwahati: Modern English School Kahilipara successfully organized its 10th Inter-School Drama Competition, with the theme ‘ Co-Existence’ showcasing the immense talent and creativity of young participants from various city schools. The event, held on November 11, 2023, at Pragjyoti ITA Centre for Performing Arts at Machkhowa, featured

অযোধ্যাত বন্তি প্ৰজ্বলনেৰে পুনৰ বিশ্ব অভিলেখ…

অযোধ্যাত বন্তি প্ৰজ্বলনেৰে পুনৰ বিশ্ব অভিলেখ…

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পাটিল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উপস্থিতিত শ্ৰীৰাম চন্দ্ৰৰ জন্মস্থলী অযোধ্যাত শনিবাৰে সন্ধিয়া ২২ লাখৰো অধিক বন্তি জ্বলাই গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছে। এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃত্বশীল বিষয়াই সংবাদ মাধ্যমৰ আগত কয়, শ্ৰীৰামৰ অযোধ্যাই ২০২৩ ৰ দিপাৱলীত ২২.২৩ লাখ বন্তি জ্বলায়। যোৱা বছৰ ১৫.৭৬

দীপাৱলীৰ দিনা তেজপাতেৰে কৰক এই কাম, উদয় হ’ব আপোনাৰ ভাগ্য

দীপাৱলীৰ দিনা তেজপাতেৰে কৰক এই কাম, উদয় হ’ব আপোনাৰ ভাগ্য

পোহৰৰ উৎসৱ দীপাৱলীতে আপোনাৰো ভাগ্য উদয় হ’ব যদিহে কৰে এই কাম। এই সময়খিনিত দেৱী লক্ষ্মীক যদি আপুনি সন্তুষ্ট কৰিব পাৰে তেনেহ’লে ধন–সম্পত্তিৰে ভৰি পৰিব আপোনাৰ ঘৰ। কিন্তু কি কৰিলে সন্তুষ্ট হ’ব লক্ষ্মী দেৱী? দীপাৱলীৰ দিনা মাতৃ লক্ষ্মী আৰু গণেশ ভগৱানক পূজা কৰা হয়। সকলোৱে ঘৰৰ সুখ শান্তিৰ বাবে কৰে প্ৰাৰ্থনা।

ভূপেন বৰাক ২৫ কোটি, ৰকিবুল হুছেইনক ৩০ কোটি আৰু গৌৰৱ গগৈক ৩৫ কোটি টকা দিব! নলবাৰীত ক’লে জয়ন্ত মল্ল বৰুৱাই

ভূপেন বৰাক ২৫ কোটি, ৰকিবুল হুছেইনক ৩০ কোটি আৰু গৌৰৱ গগৈক ৩৫ কোটি টকা দিব! নলবাৰীত ক’লে জয়ন্ত মল্ল বৰুৱাই

এইবাৰ ভূপেন বৰা, ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈক বিজেপিত যোগদান কৰিবলৈ আহ্বান জনালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। বিজেপিত যোগদান কৰিলে আকৰ্ষণীয় অফাৰ আগবঢ়াব বুলিও ক’লে মন্ত্ৰীগৰাকীয়ে। আজি নলবাৰীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তিনি কংগ্ৰেছ নেতালৈ আগবঢ়ালে এই অফাৰ। আজি কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিলে সুৰেশ বৰাই। গুৱাহাটীত বিজেপিৰ ৰাজ্যিক সভাপতি