শিৱসাগৰত হানী ট্ৰেপিঙৰ ভয়ংকৰ জাল। স্বামী–স্ত্ৰীয়ে চলাইছে হানী ট্ৰেপিঙৰ ভয়ংকৰ ৰেকেট। সুন্দৰী মহিলাৰ চলাহী কথাত ভোল গৈ হানী ট্ৰেপিঙৰ জালত ভৰি দি সৰ্বস্বান্ত বহুজন। কিন্তু শেহতীয়া এক ঘটনাই পোহৰলৈ আনিলে এই চাঞ্চল্যকৰ কাৰবাৰ। বাৰম্বাৰ ব্লেকমেইলিঙৰ চিকাৰ হোৱা এজন ব্যৱসায়ীয়ে অতিষ্ঠ হৈ আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পিছতে পোহৰলৈ আহে প্ৰৱঞ্চনাৰ ভয়ংকৰ
নিউজ ব্যুৰ’,নগাঁও,১১নবেম্বৰ:–নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত ঐতিহ্যমণ্ডিত স্বাধীনতা দিৱস কাপ ফুটবলৰ শুকুৰবাৰে ফাইনেল খেলখন অনুষ্ঠিত হয় । ফাইনেল খেলত দুলীয়াজানৰ অইল ইণ্ডিয়া ফুটবল ক্লাৱে গুৱাহাটীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ (এ এছ ই বি) স্প’ৰ্টছ ক্লাবক ২-০ গ’লত পৰাজিত কৰি চুড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰে । মহাৰজত জয়ন্তী
মহানগৰীত বৃদ্ধ পিতৃ-মাতৃক ৰামঠগন একমাত্ৰ কন্যাৰ! আইনৰ ডিগ্ৰী লোৱা কন্যাই স্বামীৰ সৈতে মিলি লুটিলে লক্ষ লক্ষ টকা-অলংকাৰ, গোপনে বিক্ৰী কৰি পলাল পিতৃ-মাতৃৰ ফ্লেট গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নিজৰেই জী-জোঁৱাইৰ প্ৰবঞ্চনাৰ বলি হ’ল এহাল বৃদ্ধ পিতৃ-মাতৃ। ধন-সম্পত্তিৰ লালসাত পিতৃ-মাতৃৰ একাউন্টৰ পৰা লুটিলে প্ৰায় ৩৮ লাখ টকা। কেৱল
মেষ ৰাশি: আজি আপুনি সামাজিক তথা ৰাজহুৱা ক্ষেত্ৰত প্ৰশংসা লাভ কৰিব। পাৰিবাৰিক জীৱনত আপুনি সুখ আৰু সন্তুষ্টি অনুভৱ কৰিব। আজি আৰ্থিক লাভৰ সম্ভাৱনা আছে। আপুনি খং কৰা আৰু কথা কওতে সংযম ৰাখিব। বৃষ ৰাশি: আপোনাৰ দিনটো সুখেৰে পাৰ হ’ব। মানসিকভাৱে সুস্থ থাকিব। আপোনাৰ কাম সময়মতে সম্পূৰ্ণ হ’ব, আৰ্থিক লাভৰ সম্ভাৱনা আছে। পিতৃ-মাতৃৰ
আজি সমগ্ৰ দেশতে দীপাৱলী উৎসৱ উদযাপন কৰা হৈছে। জ্যোতিষীসকলৰ মতে, এইবাৰৰ দীপাৱলী সৌভাগ্য যোগ আৰু স্বাতী নক্ষত্ৰত পৰিছে। এই সুন্দৰ সংযোগত দীপাৱলীৰ লক্ষ্মী পূজা কৰা হ’ব, যি আপোনাৰ বাবে শুভ আৰু উপকাৰী হ’ব। ১২ নৱেম্বৰ, দেওবাৰৰ লক্ষ্মী পূজাৰ শুভ সময় সন্ধিয়া পৰিছে। কাতি অমাৱস্যাৰ দিনা প্ৰদোষ কালত দীপাৱলী পূজা কৰাটো