চনী টিভিৰ ইণ্ডিয়ান আইডল ছিজন – ১৪ – ত টপ ১৫ প্ৰতিযোগীৰ ভিতৰত অন্যতম শিলচৰৰ কন্যা মৈথিলী সোম। সংগীত জগতত দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত পুনৰ সৰ্বভাৰতীয় মঞ্চত শিলচৰৰ নাম আহি পৰিছে। আৰু ইয়াৰ পোনপটীয়া কৃতিত্ব আদায় কৰিছে শিলচৰৰ কন্যা মৈথিলী সোমে। শিলচৰৰ দেৱজিৎ সাহা ২০০৫ চনত জি-টিভি ছাৰেগামাপা-ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ খিতাপ দখল কৰি
মধুৰি-আমৰ পৰাও স্বাস্থ্যৰ উপযোগী বহুতো পুষ্টিগুণ পোৱা যায়৷ পকা মধুৰি-আম শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল বুলি গণ্য কৰা হয়৷ তেজ পৰিস্কাৰঃ মধুৰি-আম নিয়মীয়াকৈ খালে তেজ পৰিষ্কাৰ হোৱাৰ ওপৰি হিমগ্ল’বিনৰ পৰিমাণ বৃদ্ধি পায়৷ মুখৰ ঘা, দুৰ্গন্ধ দূৰ কৰেঃ মধুৰি-আমত থকা বিভিন্ন উপাদানে মুখৰ ঘা আদি শুকুৱাত সহায় কৰাৰ
বৃক্কই শৰীৰত পানীৰ ভাৰসাম্য ৰক্ষা কৰে৷ বৃক্কই দেহৰ পৰা প্ৰস্ৰাৱৰ জৰিয়তে দূষিত পদাৰ্থসমূহ বাহিৰলৈ উলিয়াই দিয়ে৷ কিন্তু বৃক্কই সঠিকভাৱে কাম নকৰিলে বিভিন্ন শাৰীৰিক সমস্যা আৰম্ভ হ’বলৈ ধৰে৷ ইয়াৰ পৰিণতিত আনকি মৃত্যু পৰ্যন্ত হ’ব পাৰে৷ সেয়ে বৃক্ক ভালে ৰখাটো জৰুৰী৷ বৃক্ক এইবোৰ উপায়েৰে ভালে ৰাখিব পাৰি– ⬛ পৰ্যাপ্ত পৰিমাণে পানী খাওকঃ
ইলাচীত প্ৰ’টিন কাৰ্ব’হাইড্ৰেট, কলেষ্টেৰ’ল, কেল’ৰি, ফেট্ছ, ফাইবাৰ, নিয়াছিন, বাইব’ফ্লেভিন,পাইৰ’ডক্সিন, থিয়ামিন, ইলেক্ট্ৰ’লাইট, ছডিয়াম, পটাছিয়াম, কেলছিয়াম, ক’পাৰ, আইৰণ, মেগনেছিয়াম, মেংগানিজ, ফছফৰাছ, জিংক, ভিটামিন এ, ভিটামিন চি আদি থাকে৷ ইলাচীয়ে যিকোনো খাদ্য সুস্বাদু কৰি তোলে৷ অকল খাদ্য সুস্বাদু কৰাই নহয়, ইলাচীত আছে সুস্বাস্থ্য বজাই ৰখাৰ প্ৰচুৰ কাৰ্যকৰী গুণ৷ এটা হেলথ্ ৱেৱছাইটে উল্লেখ কৰা
কঁকালৰ বিষৰ সমস্যাত অধিকাংশ লোকে কম-বেছি পৰিমাণে ভাৰাক্ৰান্ত হয়। কাৰ্যালয়ত দীঘলীয়া সময় বহি থকা, শাৰীৰিক পৰিশ্ৰম তুলনামূলকভাৱে কমকৈ কৰা, শৰীৰচৰ্চাৰ অভাৱ আদি বিভিন্ন কাৰণত কঁকালৰ বিষৰ সমস্যাই দেখা দিয়ে। কম বয়সীয়া লোকৰ মাজত এতিয়া এই সমস্যাই দেখা দিছে আৰু ক্রমশঃ দ্রুতভাৱে ই বিয়পি পৰিছে। শেহতীয়া গৱেষণা অনুসৰি আগন্তুক কেই বছৰমানৰ