পুনৰ মহানগৰীত দুটাকৈ স্থানত চিলনী চোৰৰ সন্ত্ৰাস…

পুনৰ মহানগৰীত দুটাকৈ স্থানত চিলনী চোৰৰ সন্ত্ৰাস…

বাইকত অহা দুই দুৰ্বৃত্তই সংঘটিত কৰে এই কাণ্ড । চচলটো সংঘটিত হৈছে অনুৰূপ ঘটনা । পিষ্টল দেখুৱাই চেইন টনাৰ চেষ্টা দুৰ্বৃত্তৰ । মহানগৰীৰ নিৰাপত্তাৰ ফোপোলা স্বৰূপ উন্মোচন । স্মাৰ্ট আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন ৰাইজৰ ।

আলফা(স্বা:) ৰ কেডাৰৰ আত্মসমৰ্পণ

আলফা(স্বা:) ৰ কেডাৰৰ আত্মসমৰ্পণ

আলফা (স্বা:) কেম্পৰ পৰা পলায়ন কৰি অহা আলফা (স্বা:)ৰ কেডাৰ পলাশ মৰাণৰ আত্মসমৰ্পণ । ফিল’বাৰী আৰক্ষী থানাত, তিনিচুকীয়া জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ আগত আত্মসমৰ্পণ কৰে কেডাৰগৰাকীয়ে । তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ ২ নং নলনী গাঁৱত ঘৰ কেডাৰগৰাকীৰ । ২০১৯ চনত আলফা স্বাধীনত যোগদান কৰিছিল পলাশ মৰাণে । আলফা (স্বা:)ৰ শিবিৰৰ পৰা

ৰাজ্যত পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা!

ৰাজ্যত পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা!

নিকৃষ্ট, অমানৱীয়,ভয়ংকৰ ! দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনাৰ(Domestic violence)। মানুহ যেন সময়ৰ সোঁতত লাহে লাহে পশুলৈ ৰূপান্তৰিত হ’ব ধৰিছে। পোহৰলৈ আহিছে আন এক নিকৃষ্ট ঘটনাৰ । এইবাৰ বোৱাৰীক কেৰাচিল ঢালি জুই জ্বলাই দিয়াৰ চেষ্টা । ৰাজ্যত পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা । এইবাৰ গুৱাহাটী মহানগৰীত বোৱাৰী নিৰ্যাতনৰ ঘটনা । গুৱাহাটী

৪১৬ কোটি টকাত এপ্‌ বিক্ৰী কৰি ডিব্ৰুগড়লৈ উভতিল কিষাণ

৪১৬ কোটি টকাত এপ্‌ বিক্ৰী কৰি ডিব্ৰুগড়লৈ উভতিল কিষাণ

 বিশ্ব ‘জয়’ কৰি ঘৰলৈ উভতি আহিল কিষাণ বাগাৰিয়া৷ ডিব্ৰুগড়ৰ এই যুৱকজনৰ সফলতাই ইতিমধ্যে পৃথিৱীজুৰি চৰ্চা লাভ কৰিছে৷ নিজে সৃষ্টি কৰা এটা এপ্‌ ৪১৬ কোটি টকাত বিক্ৰী কৰি নিউয়ৰ্কৰ পৰা ঘৰলৈ উভতি আহিল প্ৰতিভাৱান যুৱকজন৷ উল্লেখ্য, ডিব্ৰুগড়ৰ সন্তান কিষাণ বাগাৰিয়াই নিৰ্মাণ কৰা ‘টেক্সট্‌ছ ডট কম’ নামৰ মেছেজিং এপ ৫০মিলিয়ন মাৰ্কিন ডলাৰত (৪১৬

অশালীন প্ৰশ্ন? ৫ ঘণ্টা জেৰাৰ পাছত ক্ষুব্ধ মহুৱাৰ ৱাক-আউট

অশালীন প্ৰশ্ন? ৫ ঘণ্টা জেৰাৰ পাছত ক্ষুব্ধ মহুৱাৰ ৱাক-আউট

লোকসভাত ধনৰ বিনিময়ত প্ৰশ্ন উত্থাপন কৰা অভিযোগ সন্দৰ্ভত আজি এথিক্স কমিটীৰ পাঁচঘণ্টাজোৰা জেৰাৰ সন্মুখীন হ’ব লগা হয় তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰই৷ ইয়াৰ বাবে তেওঁক কমিটীখনে  ১১ বজাত সংসদৰ এনেক্স ভৱনত উপস্থিত হ’বলৈ কোৱা হয় যদিও কিছু পলমকৈ হাজিৰ হয় সাসংদগৰাকী৷ ইফালে জেৰাকালত সাংসদগৰাকীক কমিটীখনে কৰা অশালীন আৰু সম্পূৰ্ণ ব্যক্তিগত বিষয়