The King of Bhutan, Jigme Khesar Namgyel Wangchuck, has commenced an official 8-day visit to India, starting today in Assam. He was warmly received at the Guwahati airport by Assam Chief Minister Himanta Biswa Sarma. King Wangchuck is accompanied by senior officials from Bhutan’s royal government. Himanta Biswa Sarma expressed
সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ নেতাই বিভিন্ন বিতৰ্কিত মন্তব্যৰে নিৰ্বাচনী বতাহ গৰম কৰি তুলিছে। নিজৰ স্থিতি মজবুত কৰিবলৈ ইটো দলে সিটো দললৈ বোকা ছটিওৱা আৰম্ভ কৰাৰ লগতে বিভিন্ন মন্তব্যৰে আক্ৰমণ কৰি আহিছে। এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলেও বিভিন্ন বিতৰ্কিত মন্তব্য সময়ে সময়ে কৰি আহিছে। সম্প্ৰতি আন
মানচেষ্টাৰৰ ৰাজপথত কান্দি উঠিল অসমীয়া গাভৰু, এদল যুৱকে কৰিলে কল্পনা কৰিব নোৱৰা কাণ্ড ইংলেণ্ডৰ প্ৰসিদ্ধ চহৰ মানচেষ্টাৰত এগৰাকী ২৪ বছৰীয়া অসমীয়া যুৱতীক ডকাইতি কৰি প্ৰহাৰ কৰে দুৰ্বৃত্তই। এই বিষয়ে ভুক্তভোগী যুৱতীগৰাকীয়ে ছ’চিয়েল মিডিয়াত তেওঁৰ ফোনটো বাট আগচি ধৰি কেনেদৰে একাংশ দুৰ্বৃত্তই কাঢ়ি লৈছিল সেই বিষয়ে প্ৰকাশ কৰে। যুৱতীগৰাকীয়ে লগতে কয়
ইংলেণ্ডৰ প্ৰসিদ্ধ চহৰ মানচেষ্টাৰত এগৰাকী ২৪ বছৰীয়া অসমীয়া যুৱতীক ডকাইতি কৰি প্ৰহাৰ কৰে দুৰ্বৃত্তই। এই বিষয়ে ভুক্তভোগী যুৱতীগৰাকীয়ে ছ’চিয়েল মিডিয়াত তেওঁৰ ফোনটো বাট আগচি ধৰি কেনেদৰে একাংশ দুৰ্বৃত্তই কাঢ়ি লৈছিল সেই বিষয়ে প্ৰকাশ কৰে। যুৱতীগৰাকীয়ে লগতে কয় যে ফোন কাঢ়ি নিয়াৰ লগতে তেওঁক মাৰপিটো কৰা হৈছিল। এই ঘটনা সংঘটিত হয়
বিটিআৰত শান্তিচুক্তি–২০২০ৰ পিছত পৰিৱর্তনৰ ধ্বনিৰে বিটিআৰৰ শাসনলৈ অহা প্রমোদ বড়ো নেতৃত্বাধীন চৰকাৰখনে শিক্ষা আৰু মানৱ সম্পদৰ সামগ্রিক উন্নয়নত গুৰুত্ব দি আহিছে৷ প্রমোদ বড়োই শিক্ষা বিভাগটোক নিজৰ তত্ত্বাৱধানত ৰাখি অঞ্চলটোৰ শিক্ষাখণ্ডৰ উন্নয়নৰ ক্ষেত্রত বহুকেইটা লেখত ল’বলগীয়া আঁচনি গ্রহণ কৰে৷ ইয়াৰ অন্যতম হৈছে বিটিআৰ চিইএম ছুপাৰ–৫০ মিছন৷ কালি ফলাফল ঘোষিত ২০২৩ বর্ষৰ