পুনৰ নাকচ হ’ল মনীষ ছিছ’দিয়াৰ জামিন আবেদন

পুনৰ নাকচ হ’ল মনীষ ছিছ’দিয়াৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে পুনৰ নাকচ কৰিলে দিল্লীৰ উপমুখ্যমন্ত্রী মনীষ ছিছ’দিয়াৰ জামিন আবেদন । যোৱা ১৭ অক্টোবৰত দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত অভিযুক্ত মনীষ ছিছ’দিয়াৰ জামিন আবেদনৰ শুনানি গ্ৰহণৰ সময়ত উচ্চতম ন্যায়ালয়ে নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছিল ।উল্লেখ্য যে দিল্লীৰ সুৰা নীতিত দুৰ্নীতি আৰু ধন সৰবৰাহৰ অভিযোগ উণ্থাপন হৈছিল আপৰ নেতা মনিষয়

চন্দ্ৰপুৰৰ ভয়ংকৰ দুৰ্ঘটনাত আহত গংগা চৌধুৰীৰ মৃত্যু

চন্দ্ৰপুৰৰ ভয়ংকৰ দুৰ্ঘটনাত আহত গংগা চৌধুৰীৰ মৃত্যু

🔴মহানগৰীৰ চন্দ্ৰপুৰত ভয়ংকৰ দুৰ্ঘটনা🔴সুৰামত্ত চালকে মহটিয়ালে মহিলাসহ এখন বাহন🔴দুৰ্ঘটনাত আহত গংগা চৌধুৰী নামৰ এগৰাকী মহিলা🔴চন্দ্ৰপুৰৰ পৰা নাৰেংগী অভিমুখী আছিল বাহনখন 🔴মহানগৰীৰ চন্দ্ৰপুৰৰ ভয়ংকৰ দুৰ্ঘটনাত আহত গংগা চৌধুৰীৰ মৃত্যু🔴GMCHত মৃত্যু হয় মহিলাগৰাকীৰ🔴সুৰামত্ত চালকে মহটিয়াই নিছিল মহিলাসহ এখন বাহন🔴চন্দ্ৰপুৰৰ পৰা নাৰেংগী অভিমুখী আছিল দুৰ্ঘটনা সংঘটিত কৰা বাহনখন

প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসান

প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসান

🔴প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসান🔴৮৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ🔴নিশা ১.৩৬ বজাত শেষ নিশ্বাস ত্যাগ জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ🔴১৬ অক্টোবৰৰ পৰা GMCHত চিকিৎসাধীন হৈ আছিল শৰৎ বৰকটকী

এদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

এদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

🔵এদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়🔵বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতেই উপ-ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই

ছাত্ৰ সংগঠন আমছুৰ উদ্যোগত কুসংস্কাৰ, বাল্য বিবাহ, শিশু শ্ৰমিকৰ বিৰুদ্ধে সজাগতা

ছাত্ৰ সংগঠন আমছুৰ উদ্যোগত কুসংস্কাৰ, বাল্য বিবাহ, শিশু শ্ৰমিকৰ বিৰুদ্ধে সজাগতা

ড্ৰাগছ – মদ – ভাং বন্ধ কৰাৰ দাবীত আৰু ঘৰে ঘৰে শিক্ষা প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্য সজাগতা সমদল। গোসাঁইগাঁৱত আমছুৰ বিশাল মটৰ চাইকেল সমদল । সমাজত চলি থকা কুসংস্কাৰৰ বিৰুদ্ধে এই সজাগতা সমদল ছাত্ৰ সংগঠন আমছুৰ। সমাজৰ মাৰাত্মক ব্যাধি মদ, ভাং, ড্ৰাগছ, বাল্য বিবাহ, শিশু শ্ৰমিকৰ বিৰুদ্ধে এই সমদল