উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাৰ বাবে এনে খাদ্য খাওক..

উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাৰ বাবে এনে খাদ্য খাওক..

উচ্ছ ৰক্তচাপত ভোগা লোকৰ সংখ্যা প্ৰতিদেনই বাঢ়িছে৷ মানসিক চাপ ইয়াৰ অন্যতম কাৰণ৷ তদুপৰি জীৱনধাৰণ প্ৰণালীৰ ওপৰতো ই নিৰ্ভৰ কৰে৷ ৰক্তচাপ নিয়ন্ত্ৰণত নাথাকিলে কেতিয়াবা হৃদযন্ত্ৰ বিকল হোৱাৰ আশংকা থাকে৷ সেয়েহে মানসিক চাপৰ পৰা মুক্ত হৈ থকাৰ লগতে খাদ্যগ্ৰহণৰ ক্ষেত্ৰত বিশেষভাৱে সতৰ্ক হ’ব লাগে৷ উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাৰ বাবে খাদ্য তালিকাত নিয়মীয়াকৈ

মহ দূৰ কৰাৰ কেইটামান প্ৰাকৃতিক উপায়…

মহ দূৰ কৰাৰ কেইটামান প্ৰাকৃতিক উপায়…

মহে সকলোকে জ্বলা-কলা কৰে৷ গাঁৱেই হওক বা চহৰেই হওক সন্ধিয়া হোৱাৰ লগে লগে মহৰ উৎপাত বাঢ়িবলৈ ধৰে৷ মহৰ কামোৰ অতি অস্বস্তিদায়ক৷ তদুপৰি মহে মেলেৰিয়া, ডেংগু আদিকে ধৰি বিভিন্ন ৰোগ বিয়পাই ফুৰে৷ সেয়ে মহৰ উৎপাতৰ পৰা পৰিত্ৰাণ পাবলৈ আমি বিভিন্নৰাসায়নিক স্প্ৰে’ কৰাৰ উপৰি মহ খেদা ধূপ ব্যৱহাৰ কৰো৷ কিন্তু মহ খেদিবলৈ ব্যৱহাৰ

আজমলক মুছলিম যুৱকক ক্ষমা খুজিবলৈ আহ্বান…

আজমলক মুছলিম যুৱকক ক্ষমা খুজিবলৈ আহ্বান…

আজি বিয়লি ধুবুৰীৰ ৰাজীৱ ভৱনত সংবাদ মেল সম্বোধন কৰে ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী সাংসদ আব্দুল হামিদে। সংবাদ মেলখনত ধুবুৰীৰ স্থানীয় সাংসদ তথা এআইইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলৰ সাম্প্রতিক এক মন্তব্যক লৈ খৰ্গহস্ত হৈ পৰা দেখা যায় ধুবুৰীৰ প্ৰাক্তন সাংসদগৰাকী। সংবাদমেলখনত সাংসদ আজমলক মুছলিম যুৱকৰ ওচৰত ক্ষমা খুজিবলৈ আহ্বান জনায় আব্দুল

সুৰাৰ বটলেৰে মহিলাক আক্ৰমণ যুৱকৰ..

সুৰাৰ বটলেৰে মহিলাক আক্ৰমণ যুৱকৰ..

যোৰহাট জিলাৰ মৰিয়নীত মঙলবাৰে নিশা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । সুৰাৰ বটলেৰে এগৰাকী মহিলাক আক্ৰমণ কৰে এজন যুৱকে। মৰিয়নীৰ থানা তিনি আলিৰ মেজিক ষ্টেণ্ডৰ সমীপত সংঘটিত হয় এই অনাকাংক্ষিত ঘটনা। জানিব পৰামতে, টকা-পইচা সম্বন্ধীয় সংঘাতৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। আক্ৰমণকাৰী যুৱকজনৰ নাম পণ্ডিত মিশ্ৰ ওৰফে

12 দিনৰ পিচতো সন্ধান ওলোৱা নাই ৰুকছানাৰ…

12 দিনৰ পিচতো সন্ধান ওলোৱা নাই ৰুকছানাৰ…

ৰাজ্যজুৰি সঘনাই ছাত্ৰ-ছাত্ৰী অপহৰণৰ ঘটনা পোহৰলৈ আহিছে ৷ এইবাৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত এগৰাকী নাবালিকাক বিদ্যালয়ৰ পৰা অপহৰণ কৰা খবৰ পোহৰলৈ অহাৰ পিচতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে । লক্ষীগঞ্জ আৰক্ষী চকীৰ শুকলাৰটাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা। অভিযোগ অনুসৰি, গাঁওখনৰ বাসিন্দা হাসেম আলীৰ 15 বছৰীয়া কন্যা ৰুকছানা বেগম নিখোঁজ হৈ আছে