Advertisement
গুৱাহাটী,নগাঁও সহ কে’বা খনো জিলাত অব্যাহত কিনকিনিয়া বৰষুণ , ১৮ আৰু ১৯ নৱেম্বৰত অসম সহ ৬ ৰাজ্যত মুষলধাৰ বৰষুণৰ সম্ভাৱনা

গুৱাহাটী,নগাঁও সহ কে’বা খনো জিলাত অব্যাহত কিনকিনিয়া বৰষুণ , ১৮ আৰু ১৯ নৱেম্বৰত অসম সহ ৬ ৰাজ্যত মুষলধাৰ বৰষুণৰ সম্ভাৱনা

এজাক বৰষুণৰ জৰিয়তে কইনা খোজেৰে শীতৰ আগমন ৷ কিছু গৰম আৰু ধুলিময় হৈ পৰা ৰাজ্যৰ কে’বা খনো জিলাত আজি পুৱাৰে অব্যাহত থকা কিনকিনিয়া বৰষুণ আৰু ফিৰফিৰীয়া বতাহে ঠাণ্ডা পেলাই সৰ্বত্ৰে

কিশোৰী ধৰ্ষণত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত মেৰাপানীত আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি

কিশোৰী ধৰ্ষণত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত মেৰাপানীত আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি

মেৰাপানীত আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি। কিশোৰী ধৰ্ষণৰ অভিযোগত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত থানাৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত। মেৰাপানী অঞ্চলৰ এগৰাকী অষ্টম শ্ৰেণীৰত অধ্যয়ণৰত ছাত্ৰীক এজন বিবাহিত লম্পটে নগা পাহাৰৰ দাঁতিলৈ প্ৰলোভনেৰে

নৃশংস! হত্যা কৰি যুৱতীক পেলাই থৈ গ’ল ৰাজপথত…

নৃশংস! হত্যা কৰি যুৱতীক পেলাই থৈ গ’ল ৰাজপথত…

ধিঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ গ’ল এগৰাকী যুৱতীক। শুকুৰবাৰে পুৱা উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ। ধূপগুৰি কলনিবস্তিত উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। যুৱতীগৰাকী

মহানগৰীত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস

মহানগৰীত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস

মহানগৰীৰ নুনমাটিৰ বি জি তিনিআলিত চুৰিকাণ্ড। এজন লোকৰ পৰা ২ চোৰে থপিয়াই নিলে ম’বাইল ফোন। অৱশ্যে আৰক্ষীয়ে আটক কৰে ২ চিলনী চোৰক। ধৃত চোৰ দুটা বিমল শ্বাহা আৰু সঞ্জীৱ দাস।

বাসগৃহত প্ৰৱেশ কৰি মহিলাক দলবদ্ধ ধৰ্ষণ; চিগাৰেটেৰে জ্বলাই দিলে শৰীৰৰ অংশ…

বাসগৃহত প্ৰৱেশ কৰি মহিলাক দলবদ্ধ ধৰ্ষণ; চিগাৰেটেৰে জ্বলাই দিলে শৰীৰৰ অংশ…

বাসগৃহত প্ৰৱেশ কৰি এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ দুৰ্বৃত্তৰ। ঘটনাৰ বিৱৰণী অনুসৰি এগৰাকী ব্যৱসায়ীৰ ঘৰত দুৰ্বৃত্তই প্ৰৱেশ কৰি তেওঁৰ পত্নীক দলবদ্ধ ধৰ্ষণ কৰাৰ লগতে শৰীৰত চিগাৰেটৰে পুৰি দিয়ে। উত্তৰ প্ৰদেশৰ বিজনোৰত

Follow Us on Instagram

Watch Our Latest YouTube Videos

This error message is only visible to WordPress admins

Cannot collect videos from this channel. Please make sure this is a valid channel ID.

Error: No videos found.

Make sure this is a valid channel ID and that the channel has videos available on youtube.com.

About
Editorial Policy
Fact Check Policy
Correction Policy
Privacy Policy
Contact Us