নগাঁৱৰ পলাশনিত কৃষি বিভাগৰ, ইতিহাসপ্ৰসিদ্ধ শ্ৰীশ্ৰী চেংলাই সত্ৰ,নসত্ৰৰ গোপাল কৃষ্ণ গৰখীয়া থান আদিত কাতি বিহু উদযাপন-আকাশ বন্তি প্ৰজ্বলন

নগাঁৱৰ পলাশনিত কৃষি বিভাগৰ, ইতিহাসপ্ৰসিদ্ধ শ্ৰীশ্ৰী চেংলাই সত্ৰ,নসত্ৰৰ গোপাল কৃষ্ণ গৰখীয়া থান আদিত কাতি বিহু উদযাপন-আকাশ বন্তি প্ৰজ্বলন

নিউজ ব্যুৰ’,নগাঁও,১৯অক্টোবৰ:–নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী পলাশনি বামুনগাঁও তিনিআলিত আঞ্চলিক কাতি বিহু উদযাপন সমিতিৰ ব্যৱস্থাপনাত তথা নগাঁও জিলা কৃষি বিভাগ আৰু জিলা প্ৰশাসনৰ সহযোগত কাতি বিহু উদযাপন কৰা হয়। উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে আজি কাতি বিহু । প্ৰত্যেক গৰাকী চহা কৃষিজীৱি

সৰু ভাতৃৰ দাৰ ঘাপত গুৰুতৰ ভাৱে আহত ডাঙৰ ভাতৃ আৰু নবৌ !

সৰু ভাতৃৰ দাৰ ঘাপত গুৰুতৰ ভাৱে আহত ডাঙৰ ভাতৃ আৰু নবৌ !

গৌৰীপুৰৰ পাগলাহাট জলডোবাত চাঞ্চল্যকৰ ঘটনা । সৰু ভাতৃৰ দাৰ ঘাপত গুৰুতৰ ভাৱে আহত ডাঙৰ ভাতৃ আৰু নবৌ । সৰু ভাতৃ সুভাষ ৰায়ে দাৰে উপৰ্যপৰি আক্ৰমণ কৰে ডাঙৰ ভাতৃ আৰু নবৌক আহত হৰিপদো ৰায় আৰু ৰেপতি ৰায় । ঘটনা সংঘটিত কৰাৰ পিছতে স্থানীয় ৰাইজে খবৰ দিয়ে পব্বতঝোৰাৰ ৰূপসী আৰক্ষীক । আৰক্ষী

নগাঁৱৰ ফুলগুৰিত ১৬২সংখ্যক “ফুলগুৰি ধেৱা” স্মৃতি দিৱস উদযাপন,ৰজা ঘৰে পাহৰিলে

নগাঁৱৰ ফুলগুৰিত ১৬২সংখ্যক “ফুলগুৰি ধেৱা” স্মৃতি দিৱস উদযাপন,ৰজা ঘৰে পাহৰিলে

নিউজ ব্যুৰ’,নগাঁও,১৮অক্টোবৰ :–ৰজা ঘৰে পাহৰিলেও প্ৰজা ঘৰে বুধবাৰে তেজ ৰঙা ইতিহাসে গৰকা ফুলগুৰি ধেৱাৰ স্মৃতি সুঁৱৰিলে। নগাঁও জিলাৰ ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু অঞ্চলটোৰ ৰাইজৰ সহযোগত ১৬২সংখ্যক “ফুলগুৰি ধেৱা”ৰ স্মৃতি দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় । ঐতিহ্যমণ্ডিত ফুলগুৰিৰ বৰ আঁহতৰ তলত অনুষ্ঠিত কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত

ড° গোবিন্দ প্ৰসাদ শৰ্মাৰ নতুন গ্ৰন্থ “অসমীয়া উপন্যাসৰ অধ্যয়ন” উন্মোচন

ড° গোবিন্দ প্ৰসাদ শৰ্মাৰ নতুন গ্ৰন্থ “অসমীয়া উপন্যাসৰ অধ্যয়ন” উন্মোচন

নিউজ ব্যুৰ’,নগাঁও,১৮অক্টোবৰ:–অসমীয়া সাহিত্য জগতৰ এগৰাকী প্ৰথিতযশা সাহিত্যিক তথা লেখক-গৱেষক,সমালোচক,গল্পকাৰ-ঔপন্যাসিক ড°গোবিন্দ প্ৰসাদ শৰ্মাৰ নৱতম গ্ৰন্থ “অসমীয়া উপন্যাসৰ অধ্যয়ন”ৰ বুধবাৰে শুভ উন্মোচন কৰা হয় । প্ৰজ্ঞা মিডিয়াহাইপে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনিৰ উন্মোচনী অনুষ্ঠানটিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড°প্ৰদীপ্ত বৰগোহাঁঞিকে ধৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° উপেন ৰাভা হাকাচাম, কটন বিশ্ববিদ্যালয়ৰ