ইজৰাইল–হামাছৰ সংঘৰ্ষত অকলে ৫জনক ধৰাশায়ী কৰিলে এইগৰাকী সুন্দৰীয়ে!

ইজৰাইল–হামাছৰ সংঘৰ্ষত অকলে ৫জনক ধৰাশায়ী কৰিলে এইগৰাকী সুন্দৰীয়ে!

ইজৰাইল–হামাছৰ সংঘৰ্ষত অকলে ৫জনক ধৰাশায়ী কৰিলে এইগৰাকী সুন্দৰীয়ে! ইনবালৰ কাহিনীয়ে আচৰিত কৰিব হামাছৰ আক্ৰমণৰ দিনা, ২৫ বছৰীয়া ইনবালে বিস্ফোৰণৰ শব্দৰ অনুমান পাই গম পালে যে কিবা এটা বিপদ হৈছে। পুৰুষৰ পৰা নাৰীলৈ, লিংগ নিৰ্বিশেষে যুদ্ধক্ষেত্ৰত নামিছে ইজৰালিয়ানসকল। হামাছৰ বিৰুদ্ধে অস্ত্ৰ তুলি লৈছে নাগৰিকসকলে। কিন্তু তেওঁলোকৰ মাজত আটাইতকৈ চৰ্চা চলিছে এগৰাকী

হামাছক উৎখাত কৰিবলৈ অভিযানত নামিল মডেল তথা আৰমী ‘Queen Of Guns’

হামাছক উৎখাত কৰিবলৈ অভিযানত নামিল মডেল তথা আৰমী ‘Queen Of Guns’

ইজৰাইলৰ মহিলাসকলৰ বন্দুকৰ অধিকাৰক লৈ দীর্ঘদিন ধৰি যুঁজ কৰি আহিছে জনপ্রিয় মডেল ওৰিন জুলীয়ে৷ এইবাৰ ইজৰাইল–হামাছৰ ৰক্তক্ষয়ী সংঘাতৰ লগে লগে শত্রুপক্ষক বিনাশ কৰিবলৈ সাজু হ’ল মডেলগৰাকী৷ ওৰিন ‘ইজৰাইল ডিফেন্স ফ’র্চেছ’ (আইডিএফ)ৰ এগৰাকী সেনা বিষয়া হিচাপে দীর্ঘদিন কর্তব্যত নিয়োজিত হৈ আছে৷ কিন্তু তাৰ পূর্বে কেইবাবছৰ ধৰি ফেশ্বন মডেল হিচাপেও কাম কৰিছিল

চতুৰ্থবাৰ বিয়াত বহাৰ বাটত হেঙাৰ হোৱাৰ বাবেই প্ৰাণ দিব লগা হ’ল অঞ্জনে…

চতুৰ্থবাৰ বিয়াত বহাৰ বাটত হেঙাৰ হোৱাৰ বাবেই প্ৰাণ দিব লগা হ’ল অঞ্জনে…

চতুৰ্থবাৰ বিয়াত বহাৰ বাটত হেঙাৰ হোৱাৰ বাবেই প্ৰাণ দিব লগা হ’ল অঞ্জনে। গীতাশ্ৰীৰ এই পৰিকল্পনা জানিছিলনে অঞ্জনে? কেনেকৈ ধৰা পৰিল গীতাশ্ৰী সিনহা? পত্নীয়ে প্ৰাণ ল’লে অঞ্জন নাথৰ। কিন্তু হত্যাকাণ্ডৰ আঁৰত কি? ‘প্ৰেম’? বাৰে বাৰে প্ৰেমত পৰা গীতাশ্ৰী সিনহাৰ মন গহনত লুকাই আছিল জিঘাংসা। যাৰ চিকাৰ হ’ল অঞ্জন নাথ। ৩৪ বছৰ

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত খালী হৈ থাকি শ শ চকী

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত খালী হৈ থাকি শ শ চকী

 ডিব্ৰুগড় চহৰৰ মানকটা খেলপথাৰত সোমবাৰে অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠানত খালী হৈ থাকিল শ শ চকী। অসম মাইক্ৰফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত ২২,১৭২ গৰাকী ঋণগ্ৰস্ত মহিলাক মাইক্ৰফাইনেন্সৰ ঋণমুক্ত প্ৰমাণ পত্ৰ বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। প্ৰায় ৩ কোটি টকা ব্যয়ৰে তিনিখনকৈ বিশাল মণ্ডপ সাজি

অবৈধ প্ৰেম, তন্ত্ৰ–মন্ত্ৰ, তাৰ পিছত হত্যাকাণ্ড! অঞ্জন হত্যাকাণ্ডৰ A টু Z

অবৈধ প্ৰেম, তন্ত্ৰ–মন্ত্ৰ, তাৰ পিছত হত্যাকাণ্ড! অঞ্জন হত্যাকাণ্ডৰ A টু Z

সেইদিনা জালুকবাৰীৰ পৰা বশিষ্ঠৰ দিশে আহি আছিল অঞ্জন। অঞ্জনৰ একেবাৰে ওচৰতে বাইক পাৰ্ক কৰিছিল সৌৰভে। দুটা মোবাইল একে সময়তে চলাই আছিল গীতাশ্ৰীয়ে। এখন কাণত আছিল সৌৰভৰ ফোন, আনখনত আছিল স্বামী অঞ্জনৰ ফোন। গুৱাহাটীৰ খানাপাৰাৰ গুলীচালনাৰ ঘটনাক লৈ আজি আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদমোলযোগে সদৰি কৰিলে কেতবোৰ চাঞ্চল্যকৰ তথ্য। ঘটনা সম্পৰ্কত