আজি শাৰদীয় নৱৰাত্ৰীৰ চতুৰ্থ দিন। এই দিনটোত দেৱী দুৰ্গাৰ চতুৰ্থ ৰূপ দেৱী কুষ্মাণ্ডাৰ পূজা কৰা হয়। দেৱী কুষ্মাণ্ডাৰ পূজা কৰিলে ভক্তসকলৰ দুখসমূহ দূৰ হয় আৰু তেওঁলোকে কষ্টৰ পৰা মুক্তি লাভ কৰে বুলি বিশ্বাস আছে। হিন্দু ধৰ্মাৱলম্বী লোকসকলে বিশ্বাস কৰে যে দেৱী কুষ্মাণ্ডাৰ সমগ্ৰ সৃষ্টিক সৃজন কৰাৰ ক্ষমতা অন্তৰ্নিহিত আছে। কোৱা
স্কন্দমাতা হৈছে দেৱী পাৰ্বতীৰ পঞ্চম ৰূপ । তেওঁৰ নামটো ‘স্কন্দ’ৰ পৰা আহিছে । যুদ্ধদেৱতা কাৰ্তিকৰ ই এক বিকল্প নাম, আৰু মাতা শব্দৰ অৰ্থ মাতৃ। নৱদুৰ্গাৰ এগৰাকী হিচাপে নৱৰাত্ৰিৰ পঞ্চম দিনা স্কন্দমাতাৰ পূজা কৰা হয় । দেৱীৰ অৱস্থান বিশুদ্ধ চক্ৰ । শাস্ত্ৰত বৰ্ণনা কৰা মতে দেৱীৰ এই ৯টা ৰূপৰ নাম হ’ল–১.শৈলপুত্ৰী,
নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাৰ ৯টা ৰূপক পূজা কৰা হয় । বিশ্বাস কৰা হয় যে, মা দুৰ্গাৰ নটা ৰূপ অতি প্ৰভাৱশালী আৰু সকলো ইচ্ছা পূৰণ কৰে ।মা দুৰ্গাৰ তৃতীয় শক্তিৰ নাম হ’ল ‘চন্দ্ৰঘণ্টা’। নৱৰাত্ৰিৰ উপাসনাত তৃতীয় দিনা মা চন্দ্ৰঘণ্টাৰ বিগ্ৰহৰ পূজা-আৰাধনা কৰা হয় । জানক মা চন্দ্ৰঘণ্টাৰ পূজাৰ সময়, বিধি আৰু
শাৰদীয় নৱৰাত্ৰিৰ আজি ষষ্ঠ দিন। হিন্দু পঞ্চাংগ অনুসৰি আহিন মাহৰ শুক্ল পক্ষৰ ষষ্ঠ তিথিৰ এই দিনটোত দেৱী দূৰ্গাৰ ষষ্ঠ ৰূপ অৰ্থাৎ দেৱী কাত্যায়নী পূজা কৰা হয় আৰু ব্ৰত ৰখা হয়। দেৱী কাত্যায়নী সফলতা আৰু খ্যাতিৰ প্ৰতীক বুলি বিশ্বাস কৰা হয়। তেওঁৰ বাহন সিংহ, যি চতুৰ্ভুজ হয়। দেৱীয়ে দুখন বাহুত পদুম
নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাৰ ৯টা ৰূপক পূজা কৰা হয় । বিশ্বাস কৰা হয় যে, মা দুৰ্গাৰ নটা ৰূপ অতি প্ৰভাৱশালী আৰু সকলো ইচ্ছা পূৰণ কৰে । নৱৰাত্ৰিৰ এই ৯টা দিনত দেৱীৰ ৯টা ৰূপৰ পূজা কৰা হয় ৷ নৱৰাত্ৰিৰ সময়ত মা দূৰ্গাক আগবঢ়োৱা ভোগৰো আছে বহু মহত্ব ৷ সেয়েহে নৱৰাত্ৰিৰ দ্বিতীয়