মহিলাৰ চতুৰ্থ প্ৰেমিকে হত্যা কৰিলে অঞ্জনক! গ্ৰেপ্তাৰ ৩জন

মহিলাৰ চতুৰ্থ প্ৰেমিকে হত্যা কৰিলে অঞ্জনক! গ্ৰেপ্তাৰ ৩জন

কইনাধৰাৰ হত্যাকাণ্ডত জড়িত ৩ অভিযুক্তক গ্রেপ্তাৰ ক্রাইম ব্রান্সৰ। জনৈক গোৱেংকা উপাধিৰ যুৱকৰ দ্বাৰা সংঘটিত হৈছিল এই হত্যাকাণ্ড। অভিযোগ অনুসৰি গায়িত্রী সিনহাৰ চতুৰ্থ প্রেমিক আছিল গোৱেংকা উপাধিধাৰী ব্যক্তিগৰাকী। হত্যাকাণ্ডৰ বাবে বিহাৰৰ পৰা আনিছিল পিষ্টলটো। ইয়াৰে দুজনক আঠগাঁও আৰু ভৰলুৰ পৰা গ্ৰেপ্তাৰ কৰিছে ক্ৰাইম ব্ৰান্সে। মাৰণাস্ত্র যোগান ধৰা যুৱকজনকো গ্রেপ্তাৰ কৰাৰ লগতে

পেলেষ্টাইনক সমৰ্থন কৰি পোষ্ট! আটক এজন যুৱক..

পেলেষ্টাইনক সমৰ্থন কৰি পোষ্ট! আটক এজন যুৱক..

পেলেষ্টানক সমৰ্থিত পোষ্ট কৰাৰ বাবে আটক এজন যুৱক। হোৱাটছএপত পেলেষ্টাইনক সমৰ্থন কৰি ষ্টেটাচ দিয়া বাবে কৰ্নাটকৰ বিজয়নগৰ আৰক্ষীয়ে আটক কৰে আলম পাশা নামৰ ২০ বছৰীয়া যুৱকগৰাকীক। আৰক্ষীয়ে তথ্য লাভ কৰিছিল যে, মুছলিম সংখ্যাগৰিষ্ঠতা অঞ্চলটোৰ লোকসকলে ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধৰ সময়ত পেলেষ্টাইনক সমৰ্থন কৰিছিল। ইয়াৰ লগতে যুৱকজনে ৰাষ্ট্ৰ বিৰোধী ভিডিঅ’ আপলোড কৰিছিল। ইয়াৰ

সুৰামত্ত স্বামীয়ে চোকা অস্ত্ৰৰে হত্যা কৰিলে পত্নীক..

সুৰামত্ত স্বামীয়ে চোকা অস্ত্ৰৰে হত্যা কৰিলে পত্নীক..

শনিবাৰে নিশা চতিয়াত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। উত্তৰ চতিয়াৰ দয়না পুখুৰী গাৱঁত সংঘটিত হৈছে এই হত্যাকাণ্ড। সুৰামত্ত স্বামীয়ে চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰে পত্নীক। নিহত মহিলা গৰাকী ৰীতা স্বৰ্গীয়াৰী বুলি জানিব পৰা গৈছে। হত্যাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও পাৰিবাৰিক কন্দলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত

খেলি থকা অৱস্থাতেই পুখুৰীত পৰি সলিল সমাধি ১০ বছৰীয়া শিশুৰ…

খেলি থকা অৱস্থাতেই পুখুৰীত পৰি সলিল সমাধি ১০ বছৰীয়া শিশুৰ…

ধুবুৰী ৰেলৱে ষ্টেচনৰ কাষত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। খেলি থকা অৱস্থাত পুখুৰীত পৰি অকাল মৃত্যুক সাৱটিলে এটি ১০ বছৰীয়া কণমাণি শিশুৱে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে শনিবাৰে আবেলি ৪ বজাৰ পৰা সন্ধানহীন হৈ আছিল কনমণি শিশুটি। পৰৱৰ্তী সময়ত ধুবুৰী ৰেলৱে ষ্টেচনৰ কাষৰ পুখুৰীৰ সন্মুখত শিশুটিক প্ৰত্যক্ষ কৰা বুলি প্ৰত্যক্ষদৰ্শীয়ে