আগন্তুক এটা সপ্তাহৰ ভিতৰত শিৱসাগৰ-চৰাইদেউৰ কেইবাটাও গুৰুত্বপুৰ্ণ কাৰ্য্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী- শীৰ্ষ আমোলাই অংশ গ্ৰহণ কৰিব বুলি ব্যাপক চৰ্চা চলি থকাৰ সময়তেই সামাজিক মাধ্যমত ভাইৰেল হোৱা এক ভয়ংকৰ গুলীচালনাৰ ঘটনাই সমগ্ৰ শিৱসাগৰ জিলাখনতেই তুমুল চাঞ্চল্যৰ সৃষ্টি হৈছে৷ এগৰাকী মৎস্য ব্যৱসায়ী আৰু তেওঁৰ পুত্ৰই নিজ বাসগৃহৰ
গ্ৰীষ্ম কালছোৱাত সাধাৰণতে মানুহৰ শৰীৰৰ পৰা ঘাম বাহিৰ হয়৷ কেতিয়াবা জোখতকৈ বেছি ঘাম ওলালে কোনো ৰোগৰো লক্ষণ হ’ব পাৰে৷ সেইবাবে শৰীৰৰ পৰা অতিৰিক্ত ঘাম বাহিৰ হ’লে চিকিৎসকৰ কাষ চাপিব লাগে৷ ঘামে শৰীৰ ঠাণ্ডা কৰি ৰখাত যিদৰে সহায় কৰে সেইদৰে কেতিয়াবা স্বাস্থ্যৰ বাবে ই বিপদো মাতি আনিব পাৰে৷ অতিৰিক্ত ঘাম ওলোৱাৰ
আজি-কালি বহুতকে কিডনী ষ্টোনৰ সমস্যাত ভোগা দেখা যায়৷ শৰীৰ সুস্থ ৰাখিবলৈ হ’লে কিড্নীৰ যতন লোৱাটো অত্যন্ত জৰুৰী৷ কিড্নী ভালে ৰাখিবলৈ কেতবোৰ নিয়ম মানি চলিব লাগে৷ শৰীৰৰ তেজ পৰিশোধনৰ অংগ হৈছে কিড্নী৷ দেহত জমা হোৱা বিভিন্ন ধৰণৰ বৰ্জ্যকিড্নীৰ জৰিয়তে পৰিশোধন হয়৷ কিন্তু কিড্নী বেয়া হ’লে বাচি থকাটোত অনিশ্চিয়তা আহি পৰে৷ অনিয়মীয়া
বাঁহ গছৰ গুৰিৰ পৰা নতুনকৈ ওলোৱা কুমলীয়া গজালিক বাঁহ গাজ বুলি কোৱা হয়৷ বাঁহ গাজৰ পৰা খৰিছা প্ৰস্তুত কৰা হয়৷ বাঁহ গাজ সৰু সৰুকৈ কাটি পাচলি হিচাপে, আচাৰ হিচাপে খাদ্য প্ৰস্তুত কৰাৰ লগতে বাঁহ গাজ ৰুকি বা খুন্দি ৰ’দ শুকুৱাই খৰিছা প্ৰস্তুত কৰা হয়৷ শুকান খৰিছা ঔষধি গুণৰ বাবে অতি
নহৰু প্ৰাচীন কালৰ পৰাই ঔষধ হিচাপে ব্যৱহৃত হৈ আহিছে৷ বিশ্বৰ প্ৰায় সকলো ঠাইতে বিভিন্ন ৰোগ নিৰাময়ৰ বাবে নহৰু ঔষধৰূপে ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্বলতা ধৰি ৰখাৰ ক্ষেত্ৰত নহৰুৰ বিকল্প প্ৰায় নায়েই৷ এফুটা নহৰুৱে হেৰোৱা যৌৱন কিদৰে ওভতাই আনিব পাৰে সেয়া জানিলে আপুনিও আচৰিত হ’ব৷ আহকচোন জানি লও নহৰুৰ উপকাৰিতাৰ বিষয়ে–