ধেমাজি অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

ধেমাজি অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

🔴ধেমাজি অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি🔴প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়খনত উত্তেজনা🔴মৃত প্ৰসূতিগৰাকী চিচিবৰগাঁৱৰ ভাঙিদিয়াৰ লক্ষীমাই পেগু🔴ভুল চিকিৎসাৰ বলি হৈ প্ৰসূতিগৰাকীৰ মৃত্যুৰ অভিযোগ পৰিয়ালৰ

অৰুণাচলৰ টাৱাঙত নিৰুদ্দেশ অসমৰ যুৱক

অৰুণাচলৰ টাৱাঙত নিৰুদ্দেশ অসমৰ যুৱক

🔴অৰুণাচলৰ টাৱাঙত নিৰুদ্দেশ অসমৰ যুৱক🔴টাৱাঙৰ টাটা পাৱাৰ প্ৰজেক্টত চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত আছিল নাৰায়ণপুৰৰ ভৰতপুৰ অৰূপ গগৈ🔴৮ অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ আছে যুৱকজন

মহানগৰীৰ বশিষ্ঠত সন্দেহজনক হেৰ’ইনসহ সৰবৰাহকাৰীক আটক

মহানগৰীৰ বশিষ্ঠত সন্দেহজনক হেৰ’ইনসহ সৰবৰাহকাৰীক আটক

🔴মহানগৰীৰ বশিষ্ঠত সন্দেহজনক হেৰ’ইনসহ সৰবৰাহকাৰীক আটক🔴আৰক্ষীৰ জালত ধৃত অনন্যাস বসুমতাৰী🔴৩১টা কণ্টেইনাৰত ৫৮.৫ গ্ৰাম ড্ৰাগছ জব্দ🔴লগতে সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে ২টা মোবাইল ফোন আৰু ৩৯৯০ টকা নগদ ধন

স্মৃতিশক্তি বৃদ্ধিৰ বাবে এইবোৰ খাওক..

স্মৃতিশক্তি বৃদ্ধিৰ বাবে এইবোৰ খাওক..

স্মৃতি বিভ্ৰাটৰ ফলত অনেক সমস্যাৰ সন্মুখীন হ’ব লগাত পৰে৷ দৈনন্দিনৰ কাম-কাজত ই সাংঘাতিক বাধাৰ সৃষ্টি কৰে৷ ব্যস্ততাপূৰ্ণ আধুনিক জীৱনত স্মৃতিশক্তি হ্ৰাস পোৱাটো আজিকালি সাধাৰণ কথাত পৰিণত হৈছে৷ স্মৃতিশক্তি বৃদ্ধিৰ বাবে খাদ্য তালিকাত পুষ্টিগুণসমৃদ্ধ এইকেইটা ফল অন্তৰ্ভুক্ত কৰিলে ভাল ফল পাব পাৰি৷ ১] ব্লু-বেৰিঃ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ব্লু-বেৰিৰ দৰে 

মই কংগ্ৰেছত যোগদান কৰিম বুলি একাংশই ভুৱা প্ৰচাৰ চলাইছে: সত্যব্ৰত কলিতা

মই কংগ্ৰেছত যোগদান কৰিম বুলি একাংশই ভুৱা প্ৰচাৰ চলাইছে: সত্যব্ৰত কলিতা

🔴 ‘মই কংগ্ৰেছত যোগদান কৰিম বুলি একাংশই ভুৱা প্ৰচাৰ চলাইছে ৷’ 🔴 ‘এজন সাংবাদিক, এজন বিধায়ক আৰু দলৰ এজন নেতা এই কাৰ্যৰ সৈতে জড়িত আছে৷’ 🔴 ‘সময়ত মই সেইসকলৰ নাম ৰাজহুৱা কৰিম, বিষয়টো তদন্ত কৰিবৰ বাবে মই সভাপতিক অনুৰোধ জনাইছো৷’ 🔴 অগপ নেতা সত্যব্ৰত কলিতাই কংগ্ৰেছত যোগদান কৰিব বুলি প্ৰচাৰ