টুথপেষ্ট এইবোৰ কামতো ব্যৱহাৰ কৰিব পৰা যায়..

টুথপেষ্ট এইবোৰ কামতো ব্যৱহাৰ কৰিব পৰা যায়..

টুথপেষ্ট সাধাৰণতে দাঁত পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ হয়৷ কিন্তু দাঁত পৰিষ্কাৰৰ বাহিৰেও টুথপেষ্ট অন্যান্য কামতো ব্যৱহাৰ কৰিব পৰা যায়৷ উল্লেখ কৰা হ’ল টুথপেষ্ট কি কি কামত ব্যৱহাৰ কৰিব পাৰি– [১] জোতা মলিয়ন হ’লে টুথপেষ্টেৰে পৰিষ্কাৰ কৰিব পাৰি৷ এটুকুৰা শুকান কাপোৰত টুথপেষ্ট লগাই জোতাযোৰত ঘঁহিলে মুহূৰ্ততে মলিয়ন জোতাযোৰ পৰিষ্কাৰ হৈ পৰে৷

দৈ আৰু কণী একেলগে কেতিয়াও নাখাব..

দৈ আৰু কণী একেলগে কেতিয়াও নাখাব..

স্বাস্থ্যৰ বাবে কণী অত্যন্ত উপকাৰী যদিও কেতিয়াবা কণীৰ সৈতে আন কেইটামান খাদ্য গ্ৰহণ কৰিলে স্বাস্থ্যৰ বাবে ভয়ংকৰ বিপদৰ কাৰণ হৈ উঠিব পাৰে৷ কৰ’নাকালীন সময়ছোৱাত পুষ্টিদায়ক খাদ্যৰ তালিকাত কণী প্ৰায় সকলোৰে বাবে অন্তৰ্ভুক্ত হোৱাৰ ফলত কণীৰ চাহিদা বৃদ্ধি পায়৷ শৰীৰত প্ৰ’টিনৰ বাবে পুৱাৰ আহাৰৰ সৈতে এটাকৈ কণী খোৱাটো বহু লোকৰে অভ্যাস৷

মুৰ্গীৰ লিভাৰ খালে পোৱা যায় এইবোৰ উপকাৰিতা..

মুৰ্গীৰ লিভাৰ খালে পোৱা যায় এইবোৰ উপকাৰিতা..

খাহি ছাগলীৰ লিভাৰ বা কলিজা স্বাস্থ্যৰ বাবে খুবেই উপকাৰী কিন্তু মুৰ্গীৰ লিভাৰ খাহি ছাগলীৰ লিভাৰৰ সমানেই উপকাৰী নে? এই বিষয় ভিন ভিন লোকে আগবঢ়ায় ভিন্ন মত৷ পুষ্টি বিশেষজ্ঞসকলৰ মতে মুৰ্গীৰ মাংসৰ সমানেই মুৰ্গীৰ লিভাৰো পুষ্টি গুণসম্পন্ন৷ ইয়াত বিভিন্ন ধৰণৰ ভিটামিন, আইৰণ, কেলছিয়াম আৰু ফাইবাৰৰ উপৰি উপকাৰী উপাদান থাকে৷ মুৰ্গীৰ লিভাৰত

ক’লা আঙুৰ খাব নে সেউজীয়া? জানি থওক, কোনবিধৰ গুণাগুণ কিমান

ক’লা আঙুৰ খাব নে সেউজীয়া? জানি থওক, কোনবিধৰ গুণাগুণ কিমান

আঙুৰ সকলোৰে প্ৰিয়৷ কিন্তু এইবিধ প্ৰিয় ফল কিনিবলৈ গৈ বহুতে চিন্তাত পৰে–ক’লা আঙুৰ কিনিব  নে সেউজীয়া? কোনবিধ আঙুৰ স্বাস্থ্যৰ বাবে বেছি উপকাৰী? উল্লেখ্য যে গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ লগে লগে তাপমাত্ৰা ব্যাপক হাৰত বাঢ়িবলৈ ধৰিছে৷ এই সময়চোৱাত খাদ্যৰ তালিকাত ফল আৰু পানীয় ৰখাটো অত্যন্ত জৰুৰী৷ দেহত পানীৰ অভাৱ পূৰণৰ ক্ষেত্ৰত ফল

কাণ পৰিষ্কাৰ কৰাৰ সময়ত এইবোৰ ভুল নকৰিব..

কাণ পৰিষ্কাৰ কৰাৰ সময়ত এইবোৰ ভুল নকৰিব..

শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ কাণ৷ সেয়ে কাণত নখ বা আন কোনো জোঙাল বস্তুৰে নুখুচিব৷ বহুতে সুযোগ পালেই জুইশলাৰ কাঠি অথবা কটন বাড্‌ছ আদি সুমুৱাই কাণ পৰিষ্কাৰ কৰাৰ চেষ্টা কৰে৷ এই অভ্যাস বিপদজনক৷ এনে অভ্যাসৰ পৰিণতি হ’ব পাৰে অতি ভয়ংকৰ৷ বিভিন্নজনে কাণ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত ভিন ভিন উপায় অৱলম্বন কৰে৷ সেয়ে