বৃহস্পতিবাৰে তামুলপুৰত উপস্থিত হৈ ২৫ কোটি টকা ব্যয়সাপেক্ষ আয়ুক্ত কাৰ্যালয়, ৫ কোটি টকা ব্যয়সাপেক্ষ আৱৰ্ত ভৱন আৰু ৫০ কোটি টকা ব্যয়সাপেক্ষ তামুলপুৰ ষ্টেডিয়াম নিৰ্মাণৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে, “অতি সোনকালে বি টি আৰবাসীৰ বাবে অৰুণোদয় আঁচনিৰ অধীনত যথেষ্টসংখ্যক হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত
বতৰৰ শাক-পাচলি আৰু ফল-মূলে একোটা বিশেষ অঞ্চলত বাস কৰা লোক সকলৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। তেনে পাচলিৰ ভিতৰত ভেণ্ডিও এবিধ। বহুতে বীজলুৱা গুণৰ বাবে ভেণ্ডি নাখায়। কিন্তু ভেণ্ডি বহু পাচলিতকৈ উত্তম পাচলি। এই পাচলিয়ে কোনো ক্ষতিও কৰা দেখা নাযায়। ভেণ্ডি মানুহৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী পাচলি,
জ্যোতিষৰ মতে ৩০ অক্টোবৰত ৰাহু গ্ৰহে নিজৰ ৰাশি সলনি কৰিবলৈ ওলাইছে। অৰ্থাৎ ৰাহু গ্ৰহ মেষ ৰাশি এৰি মীন ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ বাবেই গুৰু চণ্ডাল যোগৰ অন্ত পৰিবলৈ গৈ আছে। এনে পৰিস্থিতিত এই যোগৰ সমাপ্তিৰ লগে লগে ৩ ৰাশিৰ জাতক-জাতিকাৰ প্ৰতিটো ইচ্ছা পূৰণ হ’ব। অভাৱনীয় আৰ্থিক লাভো হ’ব পাৰে। এই
ফাৰ্ম ইজিৰ মতে জিৰা হৈছে ওজন হ্ৰাস কৰাৰ মূল চাবিকাঠি। যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে, জিৰা আপোনাৰ দৈনিক আহাৰত অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰ বাবে, প্ৰতিদিনে প্ৰায় তিনি গ্ৰাম জিৰা গুৰি দৈৰ সৈতে মিহলি কৰি খাব পাৰি। ২০১৪ চনৰ এক অধ্যয়ন অনুসৰি ৩ মাহ ধৰি দৈৰ সৈতে ৩ গ্ৰাম জিৰা