শৰীৰৰ এইবোৰ অংশত তিল থকা ব্যক্তি সকল হয় বহু ভাগ্যৱান…

শৰীৰৰ এইবোৰ অংশত তিল থকা ব্যক্তি সকল হয় বহু ভাগ্যৱান…

মানুহৰ শৰীৰৰ বহু অংশত তিল থাকে। সমুদ্ৰিকা শাস্ত্ৰত শৰীৰত উপস্থিত থকা তিল জ্যোতিষৰ বিষয়ে বহু কথা কোৱা হৈছে। শৰীৰত থকা তিলবোৰে বহুতো চিন দিয়ে (Mole Signs)। শৰীৰৰ বিভিন্ন অংশত তিল থাকিলে ভাল আৰু বেয়া লক্ষণ পোৱা যায়। এই তিলবোৰে ভৱিষ্যতলৈকে ব্যক্তিজনৰ স্বভাৱৰ বিষয়ে ইংগিত দিয়ে। তিল জ্যোতিষৰ আধাৰত আমি এজন

৩০ বছৰ পিছত বিয়া হোৱা সকলৰ জীৱনত নাহে এইবোৰ সমস্যা। মধুৰ হয় স্বামী স্ত্ৰীৰ সম্পৰ্ক।

৩০ বছৰ পিছত বিয়া হোৱা সকলৰ জীৱনত নাহে এইবোৰ সমস্যা। মধুৰ হয় স্বামী স্ত্ৰীৰ সম্পৰ্ক।

ভাৰতৰ মানুহৰ ওপৰত কম বয়সতে বিয়া পাতিবলৈ এক নিৰ্দিষ্ট হেঁচা আছে। আত্মীয়ৰ পৰা চুবুৰীৰ মানুহলৈকেও বয়সৰ পিছত বিবাহৰ প্ৰশ্নবোৰ ঘেৰাও কৰিবলৈ আৰম্ভ কৰে। মানুহে প্ৰায়ে যুক্তি দিয়ে যে বয়স বঢ়াৰ লগে লগে বিবাহ অধিক কঠিন হৈ পৰে। অৱশ্যে কিছুমান কথা বিবেচনা কৰিলে তেতিয়া ৩০ বছৰ বয়সত বিয়া হোৱাটো অধিক বুদ্ধিমান

বিশিষ্ট কবি,ৰাংচিনা কনিষ্ঠ মহাবিদ্যালয়ৰ সহকাৰী গ্ৰন্থাগাৰিক গীতা হেতাৰীৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি,ৰাংচিনা কনিষ্ঠ মহাবিদ্যালয়ৰ সহকাৰী গ্ৰন্থাগাৰিক গীতা হেতাৰীৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,২অক্টোবৰ:–বিশিষ্ট প্ৰচাৰ বিমুখ কবি তথা পশ্চিম কাৰ্বি-আংলং জিলাৰ ডংকাম’কামৰ ৰাংছিনা জুনিয়ৰ কলেজৰ সহকাৰী গ্ৰন্থাগাৰিক গীতা হেতাৰীৰ স্মৃতিচাৰণ সভাখনি সোমবাৰে প্ৰয়াত তথা স্বামী আৰক্ষী বিষয়া কুশ চন্দ্ৰ দেউৰীৰ বাসগৃহত অনুষ্ঠিত হয়। বিশিষ্ট শিক্ষাবিদ তথা অভিনয় শিল্পী সুজিত কুমাৰ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিতে ফুলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক জ্যোতিশংকৰ নাৰায়ণ

এন.এছ.ইউ.আই’ৰ দখলত নাজিৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

এন.এছ.ইউ.আই’ৰ দখলত নাজিৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

vuনাজিৰা অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান নাজিৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন শান্তিপূৰ্ণ আৰু সুকলমে সম্পন্ন কৰা হয়। মহাবিদ্যালয়খনৰ উন্নয়নৰ স্বাৰ্থত এন.এছ.ইউ.আই আৰু নাজিৰা অঞ্চলৰ কেইবাটাও সংগঠন একত্ৰিত হৈ নাজিৰিয়ান নামৰ এটা সংগঠনৰ সমৰ্থনত বহুকেইজন প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াইছিল। ৩০ অক্টোবৰ তাৰিখে অনুষ্ঠিত হোৱা এই ছাত্ৰ একতা সভাৰ নিৰ্বাচনখনত নাজিৰিয়ানৰ

পৃথক বৰাক ৰাজ্যৰ দাবীৰে পশ্চিমবংগত সংবাদ মেল বিডিএফৰ

পৃথক বৰাক ৰাজ্যৰ দাবীৰে পশ্চিমবংগত সংবাদ মেল বিডিএফৰ

আগন্তুক দুৰ্গা পূজাৰ পিছত পৃথক বৰাক ৰাজ্যৰ দাবীত তীব্ৰ আন্দোলন আৰম্ভ হ’ব। আজি কলকাতা প্ৰেছ ক্লাবত এখন সংবাদ মেলত এই কথা ঘোষণা কৰে বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্টৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্ত ৰায়ে। তেওঁ কয় যে পূজাৰ ঠিক পিছতেই বিডিএফে এক লাখ প্ৰচাৰ পত্ৰিকা আৰু পুস্তিকা বিতৰণ কৰিব। প্ৰদীপ দত্ত ৰায়ে কয়,