কেমেৰাৰ সমুখত ১২ বছৰীয়া ধৰ্ষিতা কিশোৰীৰ সহায়ভিক্ষা; ৰক্তাক্ত কিশোৰীৰ ক্ৰন্দনত দেশজুৰি তোলপাৰ

কেমেৰাৰ সমুখত ১২ বছৰীয়া ধৰ্ষিতা কিশোৰীৰ সহায়ভিক্ষা; ৰক্তাক্ত কিশোৰীৰ ক্ৰন্দনত দেশজুৰি তোলপাৰ

পুনৰ দেশত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা৷অৰ্ধ উলংগ কৰি এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ পাছত ৰক্তক্ষৰণ হোৱা এগৰাকী ১২ বছৰীয়া কিশোৰীয়ে ঘৰে ঘৰে গৈ সহায় বিচৰা দৃশ্যই সকলোকে স্তম্ভিত কৰি তুলিছে। মানুহে অসহায় কিশোৰীৰ ফালে চাই থাকিল যদিও সহায় কৰিবলৈ অস্বীকাৰ কৰে। সহায়ৰ বাবে কাষ চাপি অহাৰ সময়ত এজন লোকে তেওঁক

মুঠ ৯০ জন আৰক্ষীলৈ ২০২৩ বৰ্ষৰ আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰশংসা পদক

মুঠ ৯০ জন আৰক্ষীলৈ ২০২৩ বৰ্ষৰ আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰশংসা পদক

 অসমৰ মুঠ ৯০ জন আৰক্ষী বিষয়া আৰু আৰক্ষী জোৱানক প্ৰদান কৰা ২০২৩ বৰ্ষৰ আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰশংসা পদক। ইয়াৰে ৫জনক স্বৰ্ণ প্ৰশংসা পদক আৰু ৮৫ জনক ৰূপৰ প্ৰশংসা পদক প্ৰদান কৰা হয়। নিজৰ কৰ্তৱ্য নিষ্ঠা আৰু সততাৰে পালন কৰাৰ লগতে তেওঁলোকৰ প্ৰসংশীয় কামৰ বাবে তেওঁলোকক প্ৰদান কৰা হয় এই পদক।

বিয়াৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা বাবে অন্তৰংগ মূহুৰ্তৰ ফটো-ভিডিঅ’ ভাইৰেল কৰিলে প্ৰেমিকে

বিয়াৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা বাবে অন্তৰংগ মূহুৰ্তৰ ফটো-ভিডিঅ’ ভাইৰেল কৰিলে প্ৰেমিকে

 বিয়াৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা বাবে অন্তৰংগ মূহুৰ্তৰ ফটো- ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল কৰি প্ৰেমিকে ব্লেকমেইলিং কৰাৰ ঘটনা পোহৰলৈ আহিছে। প্ৰেমিকৰ বিৰুদ্ধে থানাত গোচৰ তৰাৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাত অৱশেষত এটা এন জি অ’ৰ জৰিয়তে সংবাদ মাধ্যমৰ দ্বাৰস্থ হৈছে প্ৰেমিকা। এই ঘটনা কাছাৰ জিলাৰ। চাৰি মাহ পূৰ্বে ৰেলেৰে কৰিমগঞ্জলৈ যোৱাৰ

শিক্ষয়িত্ৰীয়ে গা-ধোৱা ভিডিঅ’ গোপনে কৰি আছিল ৰেকৰ্ডিং, দেখি চিঞৰ-বাখৰ লগালে শিক্ষয়িত্ৰীয়ে, তাৰপিছত…

শিক্ষয়িত্ৰীয়ে গা-ধোৱা ভিডিঅ’ গোপনে কৰি আছিল ৰেকৰ্ডিং, দেখি চিঞৰ-বাখৰ লগালে শিক্ষয়িত্ৰীয়ে, তাৰপিছত…

সৰভোগত সংঘটিত হৈছে এক জঘন্য ঘটনা। সৰভোগত এগৰাকী শিক্ষয়িত্ৰীৰ গা-ধোৱা গোপন মুহূৰ্তৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি ৰঙাঘৰৰ আলহী হ’ল এজন ১৯-২০ বছৰীয়া এজন কিশোৰ। নিজ গৃহতে যেন আজি অসুৰক্ষিত অসমীয়া জীয়ৰী-বোৱাৰী। কোন দিশে গতি কৰিছে ৰাজ্যৰ ভৱিষ্যত? ৰাজ্যত নাৰী নিৰ্যাতন, ব্লেকমেইলিং, লাভ জেহাদৰ দৰে ঘটনাৰ সমান্তৰালভাৱে বৰপেটাৰ সৰভোগত সংঘটিত হৈছে এই

কংগ্ৰেছলৈ অগপৰ ৪ নেতা! চৰকাৰৰ মিত্ৰ দলত থাকি কিয় এৰিব বিচাৰিছে দল?

কংগ্ৰেছলৈ অগপৰ ৪ নেতা! চৰকাৰৰ মিত্ৰ দলত থাকি কিয় এৰিব বিচাৰিছে দল?

চৰকাৰৰ অংশীদাৰী দল। পিছে দলটোৰ নেতৃত্বৰ ওপৰত বহু নেতাৰ  ভৰষা নাই। নিজৰ অনিশ্চয়তাৰে ভৰা ৰাজনৈতিক ভৱিষ্যতক লৈ শংকিত বহুকেইজন নেতা। ৰাজ্যৰ শাসনাধিস্থিত বিজেপি চৰকাৰৰ মিত্ৰদল অসম গণ পৰিষদৰ ৪ জন নেতাই শীঘ্ৰে কংগ্ৰেছত যোগ দিব। নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক নেতাৰ দলবাগৰা তেনেই সাধাৰণ কথালৈ পৰিণত হৈছে। এইবাৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দল