কাগজৰ কাপত চাহ খালে হ’ব পাৰে গুৰুতৰ শাৰীৰিক সমস্যা…

কাগজৰ কাপত চাহ খালে হ’ব পাৰে গুৰুতৰ শাৰীৰিক সমস্যা…

প্লাষ্টিকতকৈ কাগজৰ কাপৰ ব্যৱহাৰ অধিক সুৰক্ষিত বুলি ধাৰণা কৰিলেও বিশেষজ্ঞসকলে এইক্ষেত্ৰত কিন্তু বিপৰীত ভাষ্য আগবঢ়াইছে৷ খড়গপুৰ আই আই টিয়ে চলোৱা এক গৱেষণাত পোৱা তথ্য মতে কাগজৰ কাপত চাহ খালে শৰীৰত ইয়াৰ মাৰাত্মক প্ৰভাৱ পৰে৷ ফলস্বৰূপে গুৰুতৰ শাৰীৰিক সমস্যাই দেখা দিয়াৰ আশংকা থাকে৷ খড়গপুৰ আই আই টিৰ বিশেষজ্ঞসকলৰ মতে কাগজৰ কাপ

ম’বাইল ফোনৰ অত্যধিক ব্যৱহাৰ শিশু কিশোৰৰ বাবে বিপদজনক

ম’বাইল ফোনৰ অত্যধিক ব্যৱহাৰ শিশু কিশোৰৰ বাবে বিপদজনক

ম’বাইল ফোনটো এতিয়া সকলোৰে দৈনন্দিন জীৱনৰ অন্যতম সংগী হৈ পৰিছে৷ ম’বাইল ফোনটো অবিহনে যেন কোনেও দিনটো আৰম্ভই কৰিব নোৱাৰে৷ ডাঙৰৰ কথা বাদেই, শিশুসকলৰ মাজতো এতিয়া ম’বাইল ফোনৰ প্ৰতি আসক্তি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ কিন্তু আপুনি নাজানে যে আপোনাৰ শিশুটিয়ে অত্যধিক ম’বাইল ফোন ব্যৱহাৰ কৰি কঢ়িয়াই আনিছে ভয়ংকৰ বিপদ৷ উল্লেখ কৰা

চাৰিটা পদকেৰে এছিয়াডৰ চাঞ্চল্য ভাৰতৰ ঈশা সিং

চাৰিটা পদকেৰে এছিয়াডৰ চাঞ্চল্য ভাৰতৰ ঈশা সিং

‘বুলছ আই’ তেওঁৰ বাবে অতি পছন্দৰ লক্ষ্য৷ বাৰম্বাৰ ‘বুলছ আই’ত হাতৰ পিস্তলত থকা গুলীৰে বিদ্ধ কৰাটো তেওঁৰ বাবে ততোধিক পছন্দৰ কাম৷ ত্ৰয়োদশী হৈ থাকোতেই মানু ভাকেৰ, হিনা সিদ্ধুক উপৰ্যুপৰি পৰাজিত কৰি নিজৰ ‘টাৰ্গেট’ৰ পৰা বিচলিত নোহোৱাৰ মনোভাৱ প্ৰদৰ্শন কৰিছিল ঈশা সিঙে৷ এতিয়া ঈশা অষ্টাদশী৷ ‘বুলছ আই’ত হাতৰ পিস্তলৰ গুলীৰে ‘টাৰ্গেট’ত

দুৰ্গা পূজাৰ আগতেই এই ৩ ৰাশিৰ জয়জয় ময়ময়!

দুৰ্গা পূজাৰ আগতেই এই ৩ ৰাশিৰ জয়জয় ময়ময়!

অযোধ্যাৰ জ্যোতিষী পণ্ডিত কল্কি ৰামৰ মতে ভাৰতীয় জ্যোতিষৰ মতে বর্তমান মেষ ৰাশিত ভগৱান বৃহস্পতি পশ্চাদগামী৷ যদি কোনো গ্ৰহ পশ্চাদমুখী হয় তেন্তে ইয়াৰ শুভ প্ৰভাৱ কিছু হ্ৰাস পোৱা বুলি ধৰা হয়। কিন্তু কালি ২৩ ছেপ্টেম্বৰত বৃহস্পতি মেষ ৰাশিত মাৰ্গী হ’ল। এই পৰিৱৰ্তনৰ ফলত তিনিওটা ৰাশিৰ জাতক-জাতিকা উপকৃত হ’ব। অযোধ্যাৰ জ্যোতিষী পণ্ডিত

অক্টোবৰত সলনি হ’ব এই ৫ ৰাশিৰ জীৱন…

অক্টোবৰত সলনি হ’ব এই ৫ ৰাশিৰ জীৱন…

১৫ দিনৰ ব্যৱধানত দুটি গ্ৰহণ! অক্টোবৰত সলনি হ’ব এই ৫ ৰাশিৰ জীৱন, পূৰ্বে কেতিয়াও নঘটা এই বিৰল পৰিঘটনা জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি ১২ টা ৰাশিৰ ওপৰতে পৰিব ইয়াৰ প্ৰভাৱ। জ্যোতিষৰ গণনাত গ্ৰহণক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা সূৰ্যগ্ৰহণক জ্যোতিৰ্বৈজ্ঞানিক পৰিঘটনা বুলি গণ্য কৰা হয় যদিও ধৰ্মীয় দৃষ্টিকোণৰ