মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা। চিপ লোৱা অৱস্থাত শৌচাগাৰত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ। নুনমাটিৰ জয়ন্ত নগৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। যুৱকজন কোকৰাঝাৰৰ ৰাজা নাৰ্জাৰী বুলি জানিব পৰা গৈছে। বামুণীমৈদাম স্থিত DS GROUPত কৰ্মৰত আছিল যুৱকজন। DS Groupত কৰ্মৰত কেইবাগাৰকীও বন্ধুৰ সৈতে এটা ঘৰত আছিল যুৱকজন। যোৱা ২৩ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন
পুনৰ চৰকাৰী চাকৰি লাভ কৰি স্বামীক প্ৰতাৰণা কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হ’ল এগৰাকী পত্নীৰ বিৰুদ্ধে ৷ এই ঘটনা সংঘটিত হৈছে নগাঁও উৰিয়াগাঁৱৰ এজন দুৰ্ভগীয়া স্বামীৰ ক্ষেত্ৰত ৷ জ্যোতিস্ময় কাকতি নামৰ এই যুৱকজন চাৰি বছৰৰ পূৰ্বে প্ৰেম বিবাহত আৱদ্ধ হৈছিল নগাঁও দক্ষিণপাটৰ এগৰাকী যুৱতীৰ লগত ৷ টেম্পু চলাই বহু কষ্টৰে পত্নী
Guwahati: INIFD Guwahati students Aparajeeta Hasam, Dristi Agarwal, Gazal Patni, Himanshi Gour, Nandini Lahoty, Nidhi Patni, Rimpa Mandal, Sanjana Rathi, Sejal Dalmia mentored by Niharika Kakoti makes Assam Proud by showcasing their design at INDIAN FASHION TRUNK” during New York Fashion Week. Inter National Institute of Fashion Design (INIFD) and
বৰপেটাৰ বাঘমাৰাচৰত শোকাৱহ ঘটনা। জলজলী নৈৰ সুঁতিত পৰি মৃত্যু এটি শিশুৰ। মৃত শিশুটি আফুজা বেগম। বর্তমানেও সন্ধানহীন শ্বামিনা আখতাৰ নামৰ আন এটি শিশু। গৰু আনিবলৈ পথাৰলৈ যাওঁতেই সংঘটিত হয় এই ঘটনা। ঘটনাক লৈ অঞ্চলটোত শোকৰ ছাঁ
এছিয়ান গেমছত ভাৰতৰ আন এক স্বৰ্ণ জয়। শ্বুটিঙত সোণৰ পদক অৰ্জন ভাৰতীয় মহিলা টীমৰ। ২৫ মিটাৰ পিষ্টল টীম ইভেণ্টত এই স্বৰ্ণ জয়। দলটোত আছে মানু ভাকেৰ, ৰিদম চাংৱান, ঈশা সিং। উল্লেখ্য এই পৰ্যন্ত এছিয়ান গেমছত লাভ কৰা সফলতা অনুসৰি ষষ্ঠ স্থানত আছে ভাৰত।