এছিয়ান গেমছত প্ৰথমটো স্বৰ্ণ পদক লাভ ভাৰতৰ

এছিয়ান গেমছত প্ৰথমটো স্বৰ্ণ পদক লাভ ভাৰতৰ

অভিলেখ!এছিয়ান গেমছত প্ৰথমটো স্বৰ্ণ পদক লাভ ভাৰতৰ। ১০ মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত স্বৰ্ণ পদক লাভ কৰে। এছিয়ান গেমছৰ পদক তালিকাৰ পঞ্চম স্থানত ভাৰত। বৰ্তমানলৈকে ১১টা পদক লাভ কৰিছে ভাৰতে। ইয়াৰ ভিতৰত আছে ২ টা সোণ, ৩ টা ৰূপ আৰু ৬টা ব্ৰঞ্জৰ পদক।

গোলাঘাট: ট্ৰাকত অহা অচিনাক্ত দুৰ্বৃত্তই কাটি থৈ গল এজন যুৱকৰ হাত

গোলাঘাট: ট্ৰাকত অহা অচিনাক্ত দুৰ্বৃত্তই কাটি থৈ গল এজন যুৱকৰ হাত

গোলাঘাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ট্ৰাকত অহা অচিনাক্ত দুৰ্বৃত্তই কাটি থৈ গল এজন যুৱকৰ হাত 🔷 দুৰ্বৃত্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বিপৰীতে পিতৃক কৃত্ৰিম হাত এখনহে লগাই দিবলৈ পৰামৰ্শ আৰক্ষীৰ। 🔷 গোলাঘাট আৰক্ষীৰ দায়িত্বজ্ঞানহীনতাত ক্ষোভ প্ৰকাশ কৰি টুইটযোগে ব্যৱস্থা গ্ৰহণৰ আহ্বান বিধায়ক মৃনাল শইকীয়াৰ। 🔷 মৃণাল শইকীয়াৰ টুইটৰ পিছতে আৰক্ষী

সু-খবৰ! এছিয়ান গেমছ ২০২৩ত ভাৰতৰ দ্বিতীয়টো স্বৰ্ণ পদক

সু-খবৰ! এছিয়ান গেমছ ২০২৩ত ভাৰতৰ দ্বিতীয়টো স্বৰ্ণ পদক

এছিয়ান গেমছত ভাৰতীয় মহিলা ক্ৰিকেট দলে অৰ্জন কৰিলে স্বৰ্ণ পদক। প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখনত অন্তৰ্ভুক্ত হোৱা ক্ৰিকট প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে শ্ৰীলংকাক ১৯ ৰাণৰ ব্যৱধানত পৰাস্ত কৰে। হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয় দলটোৱে এই সফলতা লাভ কৰিছে। উল্লেখ্য যে, প্ৰতিযোগিতাখনত এয়া ভাৰতৰ দ্বিতীয়টো স্বৰ্ণ পদক। প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে ২০ অভাৰত ১১৬