কাজিৰঙাত মাৰাথন দৌৰ-চাইকেল ৰেলীৰে বিশ্ব গঁড় দিৱস-২০২৩ উদযাপন

কাজিৰঙাত মাৰাথন দৌৰ-চাইকেল ৰেলীৰে বিশ্ব গঁড় দিৱস-২০২৩ উদযাপন

নিউজ ব্যুৰ’,নগাঁও,২২ছেপ্টেম্বৰ:–বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত শুক্ৰবাৰে উদযাপন কৰা হয় বিশ্ব গঁড় দিৱস-২০২৩ । গঁড়ৰ সুৰক্ষাৰ সংকল্পৰে পুৱা কাউণ্ট্ৰি মাৰাথন আৰু চাইকেল ৰেলীৰে আৰম্ভ হয় গঁড় দিৱসৰ কাৰ্যসূচী ৷ কাজিৰঙাৰ বনবিভাগ আৰু ইণ্ডিয়ান অইলৰ যৌথ উদ্যোগত আৰু বিশ্ব প্ৰকৃতি নিধি,কাজিৰঙা অধ্যয়ন চক্ৰ, আৰণ্যক,কাজিৰঙা ৱাইল্ড লাইফ চ’চাইটী,ভূমি,দ্য

নগাঁৱত বিশিষ্ট চিত্ৰশিল্পী,কলা নিৰ্দেশক বীৰেন সিংহক আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান

নগাঁৱত বিশিষ্ট চিত্ৰশিল্পী,কলা নিৰ্দেশক বীৰেন সিংহক আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান

নিউজ ব্যুৰ’,নগাঁও,২২ছেপ্টেম্বৰ :–“আমি এজোপা গছৰ পাত বা তাৰ ফুল চালেই নহ’ব ৷ গছজোপাৰ শিপাৰো খবৰ লাগিব ৷ মই প্ৰথমে এজন মানুহ তাৰ পাছতহে শিল্পী ৷ এয়াই মোৰ স্বপ্ন ৷”–শুক্ৰবাৰে নগাঁও জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে প্ৰদান কৰা “আনন্দৰাম ঢেকিয়াল ফুকন বঁটা–২০২৩” গ্ৰহণ কৰি এনেদৰে কয় বিশিষ্ট চিত্ৰশিল্পী,কলা নিৰ্দেশক

অতিৰিক্ত নিমখৰ বাবে খাদ্যৰ সোৱাদ নষ্ট হয় নেকি? সমস্যা দূৰ কৰিবলৈ এই কৌশল গ্ৰহণ কৰক

অতিৰিক্ত নিমখৰ বাবে খাদ্যৰ সোৱাদ নষ্ট হয় নেকি? সমস্যা দূৰ কৰিবলৈ এই কৌশল গ্ৰহণ কৰক

ৰন্ধা-বঢ়া কৰাটো এটা দৈনন্দিন প্ৰক্ৰিয়া, কিন্তু এই কামটো সকলোৰে বাবে সহজ নহয়। খাদ্যত সকলো বস্তুৰ পৰিমাণ সঠিক ৰূপত পৰিলে খাদ্য সুস্বাদু হৈ উঠে। কেতিয়াবা খাদ্যত বেছিকৈ নিমখ হয়। নিমখ বেছিকৈ পৰিলে খাদ্য যিমান যতন কৰি ৰান্ধিলেও, যিমান সোৱাদযুক্ত কৰিবৰ চেষ্টা কৰিলেও বিস্বাদ হৈ উঠে। বহুতে নিমখৰ প্ৰভাৱ কম কৰিবলৈ অধিক

শনিদেৱতাক কিদৰে সন্তুষ্ট কৰিব? শনিদেৱতাক সন্তুষ্ট কৰিবলৈ কৰক এই ৫টা কাম

শনিদেৱতাক কিদৰে সন্তুষ্ট কৰিব? শনিদেৱতাক সন্তুষ্ট কৰিবলৈ কৰক এই ৫টা কাম

বৈদিক জ্যোতিষত শনি দেৱতা  ধৰ্মীয় দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ। শনি দেৱক ন্যায় আৰু ফলাফলৰ দাতা হিচাপে গণ্য কৰা হৈছে। শনিয়ে মানুহক বেয়া কামৰ শাস্তি দিয়াৰ সমান্তৰালকৈ শুভ ফলও প্ৰদান কৰে।শনিৰ মহাদশাক আটাইতকৈ কষ্টদায়ক বুলি গণ্য কৰা হয়। কোৱা হয় যে যিসকলৰ কুণ্ডলীত শনিদেৱ দুৰ্বল অৱস্থাত বিৰাজমান হৈ থাকে তেওঁলোকে জীৱনত

ঘৰত মন্দিৰ নিৰ্মাণৰ পূৰ্বে জানিবলগীয়া বাস্তুৰ কেইটামান বিধান

ঘৰত মন্দিৰ নিৰ্মাণৰ পূৰ্বে জানিবলগীয়া বাস্তুৰ কেইটামান বিধান

ঘৰত মন্দিৰ নিৰ্মাণৰ পূৰ্বে বাস্তুৰ কেতবোৰ বিধান মানি চলিব লাগে। তেনে বিধানসমূহৰ বিষয়ে জানো আহক-  মন্দিৰৰ দ্বাৰ পূবমুখী বা উত্তৰমুখী হ’ব লাগে মন্দিৰৰ দ্বাৰ দক্ষিণমুখী হ’লে ভক্তই বাঞ্চিত ফল লাভ কৰিব নোৱাৰে । সেইবাবে মন্দিৰৰ দ্বাৰ দক্ষিণমুখে স্থাপন কৰিব নালাগে । স্থলস্থুলেৰে পৰিপূৰ্ণ অঞ্চলত মন্দিৰ স্থাপন কৰিব নালাগে । মন্দিৰৰ