পাইলট আৰু এয়াৰ হোষ্টেছৰ পাৰফিউম ব্যৱহাৰত নিষেধাজ্ঞা !

পাইলট আৰু এয়াৰ হোষ্টেছৰ পাৰফিউম ব্যৱহাৰত নিষেধাজ্ঞা !

পাইলট আৰু এয়াৰ হোষ্টেছৰ পাৰফিউম ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিবলৈ সাজু হৈছে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়। ইতিমধ্যে সঞ্চালকালয়ে প্ৰস্তুত কৰিছে খচৰা ৷উল্লেখ্য যে,পাৰফিউমত এলক’হলৰ উপস্থিতি ধৰা পৰা বাবে এই পদক্ষেপ লৈছে

হাইলাকান্দিত ২ আৰক্ষী কনিষ্টবলক গ্ৰেপ্তাৰ

হাইলাকান্দিত ২ আৰক্ষী কনিষ্টবলক গ্ৰেপ্তাৰ

পুনৰ খাকী পোছাকত দাগ ল’গালে দুই আৰক্ষীয়ে ৷ যেন সৰিয়হৰ ডুলিতে ভূত ৷ হাইলাকান্দিত আৰক্ষীৰ হাততেই গ্রেপ্তাৰ হ’ল দুই আৰক্ষী কনিষ্টবল ৷ ড্রাগছ সৰবৰাহ আৰু ডকাইতি ঘটনাৰে জড়িত থকাৰ অভিযোগত

ছিকিমত ডাৱৰ বিস্ফোৰণ: দুৰ্যোগ ঘোষণা ৰাজ্য চৰকাৰৰ

ছিকিমত ডাৱৰ বিস্ফোৰণ: দুৰ্যোগ ঘোষণা ৰাজ্য চৰকাৰৰ

ছিকিমৰ উত্তৰাঞ্চলত হোৱা ভয়ংকৰ ডাৱৰ বিস্ফোৰণ আৰু নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা ভয়ংকৰ পৰিস্থিতিৰ ভয়াৱহতা এতিয়াও অব্যাহত আছে। ডাৱৰ বিস্ফোৰণৰ ফলস্বৰূপে লোনাক হ্ৰদৰ তিস্তা নদী জলস্তৰ বৃদ্ধি পায় বিপদসীমা অতিক্ৰম

লাহৰীঘাটত পিষ্টল, সক্রিয় গুলীসহ দুই যুৱকক আটক

লাহৰীঘাটত পিষ্টল, সক্রিয় গুলীসহ দুই যুৱকক আটক

অসম আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চ আৰু বন বিভাগৰ যৌথ অভিযানত আটক দুই দুৰ্ধষ চোৰাং চিকাৰী ৷ গোপন সূত্ৰৰ পম খেদি মৰিগাঁও জিলাৰ লাহৰিঘাটত এটি বাসগৃহত বিশেষ টাস্ক ফৰ্চ আৰু বন

বি টি আৰক লৈ বিভিন্ন প্ৰকল্পৰ কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ

বি টি আৰক লৈ বিভিন্ন প্ৰকল্পৰ কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ

বৃহস্পতিবাৰে তামুলপুৰত উপস্থিত হৈ ২৫ কোটি টকা ব্যয়সাপেক্ষ আয়ুক্ত কাৰ্যালয়, ৫ কোটি টকা ব্যয়সাপেক্ষ আৱৰ্ত ভৱন আৰু ৫০ কোটি টকা ব্যয়সাপেক্ষ তামুলপুৰ ষ্টেডিয়াম নিৰ্মাণৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব

Follow Us on Instagram

Watch Our Latest YouTube Videos

About
Editorial Policy
Fact Check Policy
Correction Policy
Privacy Policy
Contact Us